• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবড়োৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নৱ শৰণীয়াৰ বাহিৰে বিকল্প নাই : কোচ ৰাজবংশী সন্মিলনী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 9:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএডি অঞ্চলৰ অনাবড়ো সকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত তথা পৃথক বড়োলেণ্ড ৰাজ্যৰ গঠনত বাধা দিয়াৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াক সমষ্টিটোৰ অন্তৰ্গত সমূহ অবড়ো ৰাইজে ঐক্যবদ্ধভাৱে ভোটদান কৰা উচিত। এই মত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ।

এক বিবৃতিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশী আৰু প্ৰচাৰ সম্পাদক কুমাৰ দিলীপ নাৰায়ণ দেৱে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অবড়ো সকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সন্মিলনীয়ে আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়ালৈ মুকলি সমৰ্থন জনাইছে।

Apply Now

সমষ্টিটোৰ অবড়ো ভোটাৰসকলক বড়ো আন্দোলনৰ সময়ত উগ্ৰ বড়ো জাতীয়তাবাদী তথা বড়ো উগ্ৰপন্থীৰ দ্বাৰা সন্মুখীন হ’বলগীয়া হোৱা হত্যা, হিংসা, বিদ্বেষ আৰু অমানৱীয় নিৰ্যাতনৰ ঘটনাৱলী মনত পেলাবলৈ আহ্বান জনাই বিবৃতিটোত সংগঠনটোৱে কয় যে আগন্তুক নিৰ্বাচনক নৱ শৰণীয়াৰ সলনি অন্য অবড়ো প্ৰাৰ্থীক ভোট দিয়া মানে বিপিএফৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰা। সেয়ে অবড়ো ভোটৰ যাতে বিভাজন নহয় তাৰ বাবে সমষ্টিটোৰ প্ৰতিগৰাকী অবড়ো ভোটাৰ সজাগ-সচেতন হোৱা উচিত।

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক টোপ গিলি একাংশ অবড়ো প্ৰাৰ্থী তথা গণভিত্তিহীন একাংশ অবড়ো সংগঠনৰ তথাকথিত নেতাই শৰণীয়াৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ প্ৰচাৰ আৰম্ভ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰৰ মাজত বিভাজন অনাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰি বিবৃতিযোগে সন্মিলনীয়ে এইসকল নেতাক অবড়োৰ ভৱিষ্যতক লৈ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।

ভয়-ভাবুকি আৰু প্ৰলোভনেৰে ৰাজনীতিৰে ভোটাৰ ৰাইজক বিভ্ৰান্ত নকৰিলে আগন্তুক নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত শৰণীয়াৰ বিজয় এশ শতাংশ নিশ্চিত বুলিয়ো সন্মিলনীয়ে দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd