• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত ত্ৰুটি ৰ’ল; নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2019 2:25 pm
WhatsApp Image 2019-08-31 at 1.17.47 PM

আছু নেতৃত্ব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে প্ৰকাশিত চূড়ান্ত এন আৰ চিক লৈ সুখী নহয় অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা।

এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশৰ পাছতে শ্বহীদ ন্যাসত এখন সংবাদমেল সম্বোধন কৰি এন আৰ চি প্ৰক্ৰিয়াক ত্ৰুটিপূৰ্ণ আখ্যা দিয়ে আছুৰ নেতৃবৃন্দই।

Apply Now

“উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। নাগৰিক পঞ্জীৰ পৰা কৰ্তন হোৱা সংখ্যাটো চৰকাৰে বিভিন্ন সময়ত প্ৰকাশ কৰা অবৈধ বাংলাদেশীৰ সংখ্যাৰ কাষ নাচাপিল।  সেয়েহে আমি সুখী নহয়। উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ক’ৰবাত ত্ৰুটি ৰৈ গ’ল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণ হৈ নুঠিল বুলি অনুভৱ কৰিছো’’-সংবাদমেলত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য।

একেখন সংবাদমেলত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক নাথে এন আৰ চি প্ৰক্ৰিয়াৰ নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ ছপাৰ কথা ঘোষণা কৰে। লগতে অচিৰেই ৩০টা জনগোষ্ঠীয় সংগঠন আৰু ৮ খন বিভিন্ন সাহিত্য সভাৰ সৈতে এন আৰ চি বিষয়ত আলোচনাত মিলিত হ’ব বুলি জনায়।

“আমি এন আৰ চিত হোৱা ত্ৰুটি নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম।উচ্চতম ন্যায়ালয়ে এই বিষয়ত যথোচিত পদক্ষেপ ল’ব বুলি বিশ্বাস ৰাখিছো”- নাথে কয়।

উক্ত সংবাদমেলত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এখন শুদ্ধ এন আৰ চি প্ৰকাশৰ প্ৰস্তুত কৰাৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সময় আৰু সুবিধা পাইছিল বুলি উল্লেখ কৰি উভয় চৰকাৰৰ ব্যৰ্থতাৰ বাবে এই সুযোগ গ্ৰহণত চৰকাৰ ব্যৰ্থ হ’ল বুলি মত প্ৰকাশ কৰে।

আনহাতে, প্ৰথমতে দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত ১০ বিধ নথিৰ ঠাইত ১৫ বিধ নথি গ্ৰহণ কৰালে, দ্বিতীয়তে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ছোৱাত বিষয়াৰ বদলিকৰণ অব্যাহত থাকিল,  তৃতীয়তে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ উদ্যোগত আপত্তি দাখিল নকৰিলে, চতুৰ্থতে আইনৰ ৪.৩ দফা ব্যৱহাৰ কৰি চৰকাৰীভাৱে অনুসন্ধানৰ ব্যবস্থা কৰা নহ’ল, পঞ্চমতে চৰকাৰী ভাৱে অবৈধ বিদেশীৰ নাম ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা নহ’ল বুলি অভিযোগ কৰে গগৈয়ে।

এনেবোৰ কাৰণতে অবৈধ বাংলাদেশী নামমুক্ত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ চুড়ান্তভাৱে ব্যৰ্থ হ’ল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd