• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজাৰ হাজাৰ জনতাৰ উপস্থিতিৰে CAA বাতিলৰ দাবীত পাঠশালাত আছুৰ বিশাল গণ সত্যাগ্ৰহ

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , December 18, 2019 3:45 pm

1 min read

AASU Protest

বজালীত আছুৰ গণ সত্যাগ্ৰহ

167
VIEWS
Share on FacebookShare on Twitter

বজালী মহকুমা ছাত্ৰ সন্থাই বুধাৰে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে বিশাল গণ সত্যাগ্ৰহ মুকলি কৰে।

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয় সম্পাদক সমুদ্ৰ পাটগিৰিৰ নেতৃত্বত আৰম্ভ হোৱা গণ সত্যাগ্ৰহ কাৰ্য্যসূচীত পাঠশালাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৭০০০ লোকে অংশগ্ৰহণ কৰে।

পাঠশালা হৰি মন্দিৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহ সমদলটো পাঠশালা চহৰৰ মাজেৰে বজালী মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ যাত্ৰা কৰে।

সত্যাগ্ৰহীসকলে বজালী মহকুমাধিপতিৰ হাতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নাগৰিকত্ব(সংশোধনী)আইন বাতিলৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সত্যাগ্ৰহীসকলে শান্তিপূৰ্ণভাৱে সমদল কৰি  ”হয় CAA বাতিল কৰক, নহলে আমাক গ্ৰেপ্তাৰ কৰক” ধ্বনিৰে সকলো স্তৰৰ ৰাইজক আইনখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

আছুৰ গণ সত্যাগ্ৰহ সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজাৰ সমিতি, প্ৰেছ গিল্ড, প্ৰেছ ক্লাৱ, ভট্টদেৱ বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়, অসম উন্নতি সভাৰ বজালী জিলা সমিতি, ৰঙালী বিহু সমিতিকে ধৰি ভালেমান দল, সংগঠনৰ বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

Recent News

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd