• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক সংকটত বিধ্বস্ত শ্ৰীলংকা! প্ৰধানমন্ত্ৰীৰ বাদে সকলো কেবিনেট মন্ত্ৰীৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2022 9:43 am
শ্রীলংকাত জনতাৰ প্রতিবাদ।

শ্রীলংকাত জনতাৰ প্রতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ অৰ্থনৈতিক সংকটত জুৰুলা হৈ পৰিছে শ্ৰীলংকা। খাদ্য, ইন্ধনকে ধৰি পণ্য সামগ্ৰীৰ ভয়ংকৰ নাটনিৰ সন্মুখীন হৈছে দেশখন। ৰাজপথত জনতাৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে। দেশখনত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। তাৰমাজতে এইবাৰ শ্ৰীলংকাৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে।

বাতৰি অনুসৰি, দেশখনৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষে আৰু তেওঁৰ ভাতৃ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাহিৰে মন্ত্ৰীসভাৰ ২৬গৰাকী সদস্যই পদত্যাগ কৰিছে। পদত্যাগ কৰা মন্ত্ৰীসকলৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ পুত্ৰ নামাল ৰাজাপাক্ষেও আছে।

নামাল ৰাজাপাক্ষে এক টুইটত দাবী কৰিছে যে দেশখনত সুস্থিৰতা প্ৰতিষ্ঠাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক এই পদক্ষেপে সহায় কৰিব।

Apply Now

লগতে পঢ়ক: ডিব্ৰুগড়ৰ পৰা মহিলা মাওবাদী নেত্ৰীক গ্ৰেপ্তাৰ NIAৰ

দেশখনৰ শিক্ষামন্ত্ৰী দীনেশ গুণৱাৰদনে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰপতিয়ে যাতে নতুন মন্ত্ৰীসভা গঠন কৰিব পাৰে তাৰবাবে মন্ত্ৰীসকলে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। দেশখনৰ অৰ্থনৈতিক সংকটৰ চৰম অৱস্থাকলৈ আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয়।  

উল্লেখ্য যে শ্ৰীলংকাত বিগত কিছুদিন ধৰি তীব্ৰ অৰ্থনৈতিক সংকটে দেখা দিছে। দেশখনত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি, তেল, বিদ্যুৎ আমদানিৰ বাবে চৰকাৰৰ আৰ্থিক নাটনিয়ে অৱস্থা জুৰুলা কৰি তুলিছে।

I have informed the sec. to the President of my resignation from all portfolios with immediate effect, in hope that it may assist HE & PMs decision to establish stability for the people & the govt of #LKA. I remain committed to my voters, my party & the people of #Hambanthota.

— Namal Rajapaksa (@RajapaksaNamal) April 3, 2022

যোৱা বৃহস্পতিবাৰে জনতাৰ ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে। সিদিনা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসভৱনত প্ৰতিবাদকাৰীসকলে প্ৰৱেশৰ চেষ্টা কৰিছিল। প্ৰতিবাদকাৰীসকলে ৰাজাপাক্ষেৰ ক্ষমতাত থকা পৰিয়ালৰ সদস্যসকলৰ পদত্যাগ দাবী কৰাৰ লগতে তেওঁলোকে সামৰিক বাহনত অগ্নিসংযোগো কৰিছিল।  

লগতে পঢ়ক: অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশখনত প্ৰতিবাদী জনতা আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ মাজতে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে প্ৰতিবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am
নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am
নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd