• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ তেজপুৰ শাখাৰ ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 8, 2020 3:16 pm
Protest

প্ৰতিবাদকাৰী সকল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় বিদ্যুত কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ য়ুনিয়নৰ তেজপুৰ মণ্ডলৰ বিশ্বনাথ চাৰিআলি শাখাতো ৰূপায়ণ কৰা হয়।

ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে অসমৰ জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিছে বুলিও শ্ৰমিক সকলে প্ৰতিবাদৰ সময়ত উল্লেখ কৰে।

Apply Now

আনহাতে, শ্ৰমিক কৰ্মচাৰীক সুৰক্ষিত কৰা আইন সমূহ সংশোধন কৰাৰ নামত শ্ৰমিকৰ সংগ্ৰাম কৰাৰ অধিকাৰ  কাঢ়ি নিবৰ বাবেও চৰকাৰে ষড়যন্ত্ৰ ৰছনা কৰিছে বুলি প্ৰতিবাদকাৰী সকলে কয়।

‘‘কেন্দ্ৰ চৰকাৰে শ্ৰমিকৰ প্ৰাপ্য সমূহ আদায় নিদিয়াকৈয়ে লাখ লাখ শ্ৰমিকক প্ৰতাৰণা কৰি কৰ্মৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিছে। অস্থায়ী কৰ্মীসকলক চাকৰি স্থায়ী নকৰাকৈয়ে কম মজুৰীত খটুৱাই আহিছে।আজি সমগ্ৰ দেশজুৰি হোৱা সাধাৰণ ধৰ্মঘটৰ জৰিয়তে আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাচ ইউনিয়নে ভাৰত চৰকাৰ তথা অসম চৰকাৰক দাবী জনাও যে, চৰকাৰে শ্ৰমিক বিৰোধী নীতি বন্ধ কৰাৰ লগতে অস্থায়ী কৰ্মীসমূহৰ চাকৰি স্থায়ী কৰক আৰু চাকৰি স্থায়ী নোহোৱালৈকে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিদ্দেৰ্শমৰ্মে সমকামৰ সমদৰমহা দিয়াৰ ব্যৱস্থা কৰক’’, এগৰাকী প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে।

প্ৰতিবাদকাৰী সকলে কৰ্মচাৰীসকলৰ বাবে চৰকাৰে প্ৰযোজ্য কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ উওৰসূৰী কোম্পানীৰ নিজৰ বিদ্যুত উৎপাদন বৃদ্ধি কৰি কোম্পানীক স্বনিৰ্ভৰশীল কৰি তোলাৰ পদক্ষেপ লবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে, আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ য়ুনিয়নে আজিৰ সাধাৰণ ধৰ্মঘটৰ সময়চোৱাত জৰুৰীকালীন সেৱা সমূহ চলি থাকিৱ বুলি কোৱাৰ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ জীয়াই ৰখাৰ লগতে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে অনাগত দিনতো সংগ্ৰাম অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মত প্ৰকাশ কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd