• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট

NE NOW NEWS এন ই নাও নিউজ
মঙলদৈ , March 26, 2019 8:17 am

1 min read

Cricket-1-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

562
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাখন মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু এন এফ ৰে’লৱেৰ ডেপুটি ছিকিউৰিটি কমিশ্যনাৰ ওমকিৰ সিঙে উদ্বোধন কৰে।

২ এপ্ৰিললৈ চলিব লগীয়া ‘বি’ গ্ৰুপৰ এই প্ৰতিযোগিতাখনত এন এফ ৰে’লৱে মৰিগাঁও, নৰ্থ ইষ্ট ৰে’লৱে, ছাউথ চেণ্ট্ৰেল ৰে’লৱে, নৰ্থ চেণ্ট্ৰেল ৰে’লৱে, ইষ্ট কষ্ট ৰে’লৱে আৰু ছাউথ ইষ্ট ৰে’লৱে দলে অংশগ্ৰহণ কৰিব। তত্ত্বাৱধায়কদ্বয় জাকাৰিয়া জুফ্ৰি আৰু জাভেদ জামানে এই কথা জানিবলৈ দিয়ে।

সোমবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন মেচত  ছাউথ ইষ্ট ৰে’লৱেই ছাউথ চেণ্ট্ৰেল ৰে’লৱেক ৯৬ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ছাউথ ইষ্ট ৰে’লৱেই নটা উইকেটত ২১৭ ৰান কৰে। দলৰ প্ৰশান্ত ছুংগাৱে ৯১, পি ভীমা ৰাৱে ৩৬ ৰান কৰে। ছাউথ চেণ্ট্ৰেল ৰে’লৱেৰ এম সুৰেশ আৰু নৰেন ৰেড্ডীয়ে তিনিটাকৈ উইকেট পায়।

প্ৰত্যুত্তৰত ছাউথ চেণ্ট্ৰেল ৰে’লৱেই ৩৩.৫ অভাৰত ১২১ ৰানহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ একমাত্ৰ কপিল কুমাৰ ধাক্কাই সৰ্বাধিক ২৩ ৰান কৰে।

Recent News

a utta

বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd