• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চহিদলৈ শ্ৰদ্ধাঞ্জলি: যোৰহাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অ.জা.যু.ছা.প.ৰ

Smita Addy স্মিতা ভট্টাচাৰ্য্য
যোৰহাট , January 12, 2020 7:55 pm

1 min read

AJYCP-logo

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী প্ৰতিবাদত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা অসমৰ পাঁচ চহিদলৈ শ্ৰদ্ধাঞ্জলিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত দেওবাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

চহৰৰ নেহৰু পাৰ্কত আয়োজিত অনুষ্ঠানটোত সমাজৰ বিভিন্ন শ্ৰেণী আৰু ধৰ্মীয় বিশ্বাসৰ লোকে চহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চহৰখনত শনিবাৰে ৰাতিও আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে কা বাতিলৰ দাবীত জোঁৰ সমদল বাহিৰ কৰিছিল।

জগন্নাথ বৰুৱা কলেজৰ পৰা আৰম্ভ হোৱা সমদলটোৱে এ টি ৰোড, গড়আলি, কে বি ৰোড হৈ চহৰখন পৰিভ্ৰমণ কৰে।

আন্দোলনকাৰীসকলে বিজেপি চৰকাৰ আৰু নেতাসকলৰ মুৰ্দাবাদ ধ্বনি দিয়ে।

আছুৰ বৰ্তমানৰ নেতাৰ লগতে আগৰ নেতাসকলেও আন্দোলনটোত অংশগ্ৰহণ কৰে।

স্থানীয় নাৰী, সাহিত্য, জ্যেষ্ঠ নাগৰিকৰ সংগঠন, আত্মসহায়ক গোট আদিয়েও সমদলত ভাগ লয়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd