DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰষুণৰ প্ৰভাৱত শাম কাটিছে অসহনীয় গৰম; ২৭ আৰু ২৮ আগষ্টত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 8:02 am
open schoool

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

511
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা পাতলীয়া বৰষুণৰ প্ৰভাৱত অসহনীয় গৰম কিছু পৰিমাণে শাম কটা বাবে কামৰূপ (মেট্ৰো) জিলা প্ৰসাশনে ২৭ আৰু ২৮ আগষ্টত জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ বাতিল কৰে।

এতিয়া প্ৰশাসনীয় নিৰ্দেশ অনুসৰি উক্ত দুয়োটা দিনত বিদ্যালয়সমূহ খোলা থাকিব।

উল্লেখযোগ্য যে, ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে কামৰূপ (মেট্ৰো) জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় ২৭ আগষ্ট আৰু ২৮ আগষ্টত দুদিনৰ বাবে বন্ধ থাকিব বুলি কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্তই আজি এখন জাননী জাৰি কৰি সকলো জনাইছিল।

ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবে দিনৰ ভাগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা ভোগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

গৰমৰ বাবে যাতে কোনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰপ্ৰতি লক্ষ্যৰাখি মহানগৰ প্ৰশাসনে পূৰ্বে এনেধৰণৰ নিৰ্দেশ দিছিল।

কিন্তু এতিয়া বতৰ কিছু পৰিমানে ঠাণ্ডা হোৱা বাবে বিদ্যালয়সমূহত পাঠদান অব্যাহত ৰখাৰ বাবে নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে।

বৰিবাৰ আৰু সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ্ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ক্ৰমে ৩৭ ডিগ্ৰী, ২৭ ডিগ্ৰী আৰু ৩৬ ডিগ্ৰী, ২৬ ডিগ্ৰী।

চৰকাৰে পূৰ্বে বিদ্যালয় বন্ধ থাকিব বুলি দিয়া বাতৰিটো তলত দিয়া লিংকটোত গৈ পঢ়ক-

প্ৰচণ্ড গৰমৰ বাবে কামৰূপ(মেট্ৰো)জিলাত দুদিনৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

 

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd