DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ তাই আহোম ছাত্র সন্থাৰ উদ্যোগত শিৱসাগৰত ছ্যু-কা-ফা দিৱসৰ আয়োজন

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 16, 2018 5:16 pm
CYMERA_20181116_164101
348
VIEWS
Share on FacebookShare on Twitter

সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত, শিৱসাগৰ মহকুমা সমিতি- ডিমৌ আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অহা ২ ডিচেম্বৰত বিশাল প্ৰস্তুতিৰে কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱস (অসম দিৱস) উদযাপন কৰিবলৈ লোৱা হৈছে। সেই উদ্দেশ্যে আজি দিনৰ ১১ বজাত ডিমৌ ৰাজহুৱা খেলপথাৰত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ডিমৌ উন্নয়ন খণ্ড বিষয়া বিহংগী ভাগৱতী দাসৰ উপস্থিতিত ছ্যু-কা- ফা দিৱসৰ লাই খুঁটা স্থাপন কৰা হয়।

উদযাপন সমিতিৰ সভাপতি নৰনাথ চেতিয়াই পোন প্ৰথমে বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পাছত বিধায়ক কুশল দুৱাৰীয়ে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানটোত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু সমূহ বিষয়ববীয়াৰ লগতে ডিমৌ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ বৰুৱা উপস্থিত থাকে।

উল্লেখ্য যে অহা ২ ডিচেম্বৰত হ’বলগিয়া ছ্যু-কা-ফা দিৱস (অসম দিৱস)ৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, বিপিন চাওদাং, নিৰ দীপাংকৰ, সুমন বৰুৱা আৰু বিজয় বিশালৰ আকৰ্ষণীয় সংগীতানুষ্ঠান অনুষ্ঠিত হব।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd