DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আফগানিস্তানৰ বাগৰামৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ; তালিবানৰ আদৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 11:16 am
bagram US leave airbase
161
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ আটাইতকৈ ডাঙৰ বিমানঘাটি বাগৰামৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰা হৈছে। আমেৰিকাৰ এই সিদ্ধান্তক আদৰণি জনাইছে তালিবানে।

শুকুৰবাৰে তালিবানৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদে ইয়াক এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে।

আফগানিস্তানৰ পুৰণি চহৰ বাগৰামৰ পৰা অৱশেষত সেনা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘন্টামান পাছতে তালিবানে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তালিবানৰ মুখপাত্ৰ মুজাহিদৰ মতে আফগানিস্তানৰ পৰা সকলো বিদেশী সেনা প্ৰত্যাহাৰ কৰিলে দেশখনত শান্তি তথা সুস্থিৰতা অহাৰ পথ প্ৰশস্ত হ’ব।

আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা ৫০ কিলোমিটাৰ উত্তৰে বাগৰাম বিমানঘাটিটো দেশখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান বিমানঘাটি আছিল।

আফগানিস্তান যুদ্ধত আমেৰিকাৰ সক্ৰিয়তাৰ সময়ছোৱাত এই বিমানঘাটিত হাজাৰোধিক মাৰ্কিন সেনাৰ উপস্থিতি আছিল। আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি উচ্চ পদস্থ বিষয়াসকলৰ অনানুষ্ঠানিক ভ্ৰমণত আফগানিস্তানলৈ এই বিমানঘাটিত থাকিবলৈ লৈছিল।

বিগত দুটা দশক জুৰি এই বাগৰাম বিমানঘাটিক কেন্দ্ৰ কৰিয়েই আফগানিস্তানত আমেৰিকান সেনাবাহিনীৰ সঞ্চালন পৰিচালিত হৈছিল। বিমানঘাটিটোত আফগানিস্তানত আমেৰিকাৰ অভিযানৰ নিয়ন্ত্ৰণ স্থাপন হৈছিল।

বাগৰাম বিমানঘাটি কাৰাগাৰ হিচাপেও ব্যৱহাৰ হৈছিল আৰু তাত হাজাৰ হাজাৰ তালিবানক বন্দী কৰি ৰখা হৈছিল।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd