• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুখন দেশৰ নাগৰিক ৰাহুল গান্ধী? কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 22, 2025 8:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল হেৰাল্ডৰ গোচৰৰ মাজতে পুনৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে দ্বৈত নাগৰিকত্ব থকাৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰি এলাহাবাদ আদালততো গোচৰ ৰুজু কৰা হয়। এই গোচৰতে কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত ৫ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ গৃহ মন্ত্ৰালয়ক নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

২০১৯ চনৰ পৰা ৰাহুলৰ নাগৰিকত্বক লৈ বিতৰ্ক চলি আছে। ৰায়ে বৰেলীৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰথম দ্বৈত নাগৰিকত্বৰ অভিযোগ তোলে বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে। তেওঁ ৰাহুল ব্ৰিটিছ নাগৰিক বুলি দাবী কৰে।

Apply Now

পিছত বিজেপি নেতা তথা কৰ্ণাটকৰ অধিবক্তা এছ ভিগনেশ শিশিৰে এই সন্দৰ্ভত জনস্বাৰ্থৰ মামলা দাখিল কৰে। নাগৰিকত্ব বিতৰ্কক লৈ ৰাহুলৰ সাংসদৰ মৰ্যাদা বাতিল কৰাৰ বাবে জনস্বাৰ্থৰ গোচৰ দাখিল কৰা হয়। লগতে ৰাহুলৰ সাংসদ পদ আৰু ভাৰতীয় নাগৰিকত্ব বাতিল কৰিবলৈও দাবী জনায়।

যোৱা বছৰৰ জুলাই মাহত এই গোচৰ ৰুজু কৰাৰ সময়ত অধিবক্তাগৰাকীয়ে কেইবাখনো নথি-পত্ৰৰ সৈতে দাবী কৰিছিল যে ৰাহুলৰ ভাৰতীয় আৰু ব্ৰিটিছ উভয় নাগৰিকত্ব আছে।

বাতৰি অনুসৰি, এলাহাবাদ উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বেই কেন্দ্ৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। লোকসভাৰ নেতা বিৰোধী ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিষয়ত সোমবাৰৰ ভিতৰত কেন্দ্ৰক স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিছিল। এই প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আঠ সপ্তাহৰ সময় বিচাৰিছিল। অৱশ্যে আদালতে ইমান সময় দিবলৈ ইচ্ছুক নহয়।

সোমবাৰে ন্যায়াধীশ এ আৰ মাছুদী আৰু অজয় ​​কুমাৰ শ্ৰীবাস্তৱৰ বিচাৰপীঠে কেন্দ্ৰক এই গোচৰত  প্ৰতিবেদন দাখিল কৰিবলৈ ১০ দিনৰ সময় দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৫ মে’ত হ’ব। আদালতে একেদিনাই এই সন্দৰ্ভত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে নেশ্যনেল হেৰাল্ডৰ সম্পত্তিৰ গোচৰত ইডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিছে। দিল্লীৰ ৰাউছ এভিনিউ আদালতত দাখিল কৰে অভিযোগনামা। ২৫ তাৰিখে গোচৰৰ শুনানি হ’ব পাৰে। কংগ্ৰেছে দাবী কৰিছে যে এই গোচৰটো ‘প্ৰতিশোধৰ ৰাজনীতিৰ প্ৰতিফলন’।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd