• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত ভেকচিন প্ৰদানৰ নামত আশা কৰ্মীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
August 6, 2021 5:31 pm
kka

প্ৰতিবাদমুখৰ ৰাইজ

280
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত ভেকচিন প্ৰদানৰ নামত আশা কৰ্মীয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে কলিয়াবৰৰ পাটলিআটীবাসীয়ে।

বিষয়টোক কেন্দ্ৰ কৰি  এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় পাটলিআটীত।

অভিযোগ অনুসৰি কলিয়াবৰত ভেকচিন নাপাই ঘৰমুৱা হ’বলগীয়া হৈছে বহু লোকে। বিভাগীয় কৰ্তৃপক্ষ তথা আশা কৰ্মীৰ গাফিলতিৰ বাবেই ভেকচিন গ্ৰহণৰ পৰা কলিয়াবৰৰ পাটলিআটীবাসী বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

পুৱাৰে পৰা ক’ভিড ভেকচিনৰ বাবে শাৰী পাতি বিমুখ মনৰে উভতিবলগীয়া হৈছে গাওঁবাসী।

উল্লেখ্য যে গাওঁখনৰ ১নং পাটলিআটী প্ৰাথমিক বিদ্যালয়ত ভেকচিন কেম্পৰ খবৰ দিয়ে আশাকৰ্মী গৰাকীয়ে।

লগতে প্ৰত্যেকৰ পৰা ভেকচিনৰ নামত আশা কৰ্মীয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ তুলে গাঁওবাসীয়ে।

কিন্তু পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি বিমুখ হয় গাওঁবাসী।

বহু পলমকৈ খবৰ আহে ১ নং পাটলিআটী বিদ্যালয়খনৰ পৰিৱৰ্তে অন্য এখন বিদ্যালয়তহে ভেকচিনৰ ব্যৱস্থা কৰা হ’ব।

যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হয় স্থানীয় জনসাধাৰণ।

ইয়াতে ক্ষোভিত হৈ পৰে লোকসকল। আনহাতেদি মাছ ভাতৰ বাবে আশা কৰ্মীগৰাকীয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী লোকসকলে।

অৱশ্যে সঠিক তদন্তৰ পিছতহে আশা কৰ্মীগৰাকীয়ে প্ৰকৃততে ধন দাবী কৰিছিল নে নাই সেয়া স্পষ্ট হ’ব।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd