• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
April 27, 2019 7:04 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত মাতমৰা গাঁও পঞ্চায়তৰ এটা ৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণৰ কামত কেইবা কোটি টকা দুৰ্নীতিৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰ্যালয়ৰ দ্বাৰা অনুমোদিত আৰু গড়কাপ্তানি বিভাগ লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত ৯,৭৮,১৭,৭৭৭টকাৰ পিঠিয়াল আৰু পাপুং গাঁও সংযোগী পথটোৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰে পথটোৰ নিৰ্মাণত নিম্ন-মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পথৰ দুয়োকাষে থকা হাবি-বন ছাফা নকৰাকৈয়ে মাটি পেলোৱাৰ কাম চলাই আছে।

আনহাতে পথৰ কাষত লগোৱা ফলকখনটো কাম আৰম্ভণিৰ তাৰিখ আৰু কাম শেষ কৰিবলগীয়া তাৰিখৰ বিষয়ে উল্লেখ নাই।

পথটোৰ নিৰ্মাণত ঠিকাদাৰে চলোৱা দুৰ্নীতিৰ সম্পৰ্কে গাঁওবাসীয়ে লখিমপুৰ গড়কাপ্তানি বিভাগৰ সংশ্লিষ্ট অভিযন্তাক অৱগত কৰিছে যদিও বিভাগটোৱে এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰে।

উল্লেখযোগ্য যে উক্ত পথটোৰ উপৰি একেটা গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনৰ ঢকুৱাখনাৰ ডিমাৰুগুৰি অন্তৰ্গত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত চলা ১.৫ কিঃমিঃ দৈৰ্ঘ্যৰ আমগুৰি-ন দীঘলি পথৰ নিৰ্মাণৰ কামতো ৮৫,৫১,৯৭২টকাৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd