DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাংবাদিকৰ ব্লেকমেইলিং; লাট মণ্ডলৰ পৰা আদায় কৰিলে ৫ লক্ষাধিক টকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 3:02 pm
10.8k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত এইবাৰ সাংবাদিকৰ বিৰুদ্ধে উত্থাপন হৈছে ব্লেকমেইলিঙৰ অভিযোগ। অভিযুক্ত সাংবাদিকে এজন লাট মণ্ডলৰ পৰা ভাবুকি দেখুৱাই ৫ লাখতকৈ অধিক টকা আদায় কৰে।

অভিযোগ আনিছে শিৱসাগৰ ৰাজহ চক্ৰত লাট মণ্ডল হিচাপে কৰ্মৰত মাহমুদুল হাচানে। এই সম্পৰ্কত লোকজনে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জকাইচুক মৌজাৰ ভৰলুৱা গাঁৱৰ শইকীয়া উপাধিৰ এগৰাকী মহিলাই মাটি বাটোৱাৰা কাম কৰি দিয়াৰ বাবদ মণ্ডলগৰাকীক ৫ হাজাৰ টকা ‘চাহ খাবলৈ’ দিছিল।

সেই সমস্ত ঘটনা মহিলা গৰাকীৰ স্বামী তথা নিজকে ৱেব মিডিয়াৰ সাংবাদিক বুলি পৰিচয় দিয়া ধ্ৰুৱজ্যোতি বৰা ভিডিঅ’ কৰি ৰাখিছিল আৰু ভিডিঅ ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে মণ্ডলজনৰ পৰা ৪৫ হাজাৰ টকা আদায় কৰে।

পৰৱৰ্তী সময়ত পুনৰ বৰাৰ সৈতে ৱেব মিডিয়াৰ সাংবাদিক বুলি পৰিচয় দিয়া ভড়ালী উপাধিৰ আন অগৰাকী মহিলা সাংবাদিক আহি মণ্ডলজনক ৰঙাঘৰত ভৰোৱাৰ ভয় দেখুৱাই তেওঁৰ পুনৰ ৫ লাখ টকা দাবী কৰে।

জেলত যোৱাৰ ভয়ত মণ্ডল গৰাকীয়ে বেংকৰ পৰা ব্যক্তিগত ঋণ লৈ ভড়ালী উপাধিৰ মহিলা সাংবাদিক গৰাকীৰ ঘৰত ৫ লাখ টকা দি থৈ আহে।

কিন্তু ইমানৰ পাছতো শান্ত হোৱা নাছিল দুয়োগৰাকী সাংবাদিক। পুনৰ তেওঁলোকে ৫০ হাজাৰ টকা বিচৰাত মণ্ডলগৰাকীয়ে উপায়হীন হৈ সমস্ত ঘটনাৰ বিষয়ে শিৱসাগৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে।

ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তই তদন্ত ঘোষণা কৰিছে আৰু দোষী ব্যক্তিয়ে আইনী শাস্তি পাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

জিলা উপায়ুক্তই মণ্ডলগৰাকীৰ অভিযোগ পত্ৰ আৰক্ষী অধীক্ষকক প্ৰদান কৰে আৰু ঘটনাৰ অনুসন্ধান কৰিবলৈ কয়। উক্ত ব্লেকমেইলিঙৰ ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd