• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষড়যন্ত্ৰমূলকভাৱে বৰ্মন-কছাৰী জনজাতিৰ ২,৫০০ মানুহৰ নাম এন আৰ চিত বাদ দিয়াৰ অভিযোগ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 8, 2019 7:29 am
IMG-20190907-WA0048

শনিবাৰে তামুলপুৰত নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ ২,৫০০ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়াৰ অভিযোগ তুলিছে নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাই।

তামুলপুৰ প্ৰেছ ক্লাৱত শনিবাৰে এখন সংবাদমেলত এইদৰে অভিযোগ কৰে সংগঠনটোৱে।

Apply Now

নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰ্মনে কয় যে বৰ্মন-কছাৰী জনজাতি অসমৰ ইতিহাস প্ৰসিদ্ধ জনজাতি। ইতিহাসৰ পাত লুটিয়াই চালে এই জনজাতিৰ ইতিবৃত্ত ষ্পষ্টৰূপে জানিব পৰা যায়।

তেওঁ অভিযোগ কৰি কয়, ‘’অসমৰ স্বীকৃতিপ্ৰাপ্ত ১৪ টা জনজাতিৰ ভিতৰত ১৩ টা জনজাতিৰ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিত অন্তৰ্ভুক্ত হয় । কিন্তু বৰ্মন-কছাৰী জনজাতিৰ প্ৰায় ২,৫০০ মানুহৰ নাম এন আৰ চিৰ পৰা বাদ দিয়া হৈছে।‘’

তেওঁ লগতে কয় যে অন্যান্য জানজাতি লোকৰ নাম সমূহ কোনো নথিপত্ৰ তথা সঠিক যোগসূত্ৰ নোহোৱাকৈয়ে এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। কিন্তু বৰ্মন-কছাৰী লোকসকলক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে।

‘’বৰ্মন-কছাৰীসকল খিলঞ্জীয়া হোৱা স্বত্বেও বিদেশী ন্যায়াধীকৰণত গৈ নিজকে স্বদেশী বুলি প্ৰমাণ কৰিব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক। খিলঞ্জীয়া হৈও অসমৰ বাবে এতিয়া অভিশাপ হ’বলৈ গৈ আছে এই জনজাতিটো। এন আৰ চিৰ চূড়ান্ত খচৰাত খিলঞ্জীয়া জনজাতি অন্তৰ্ভুক্ত নোহোৱাটো এক গভীৰ উদ্বেগৰ বিষয়,’’-বৰ্মনে কয়।

তেওঁ অবিযোগ কৰে যে এন আৰ চিৰ কামত নিয়োজিত একাংশ বিষয়া-কৰ্মচাৰীৰ গাফিলতি আৰু চৰকাৰী প্ৰশাসনৰ অৱহেলাৰ বাবে বৰ্মন-কছাৰীৰ দৰে জনজাতিৰ লোক সকল হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে।

ছাত্ৰ নেতা সঞ্জীৱ বৰ্মনে উল্লেখ কৰে যে নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাই আছুকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ লগত অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱা বাবে কাম কৰি আহিছিল। এন আৰ চি কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত জনজাতি হিচাপে ১০০ শতাংশ বৰ্মন-কছাৰী জনগোষ্ঠীৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এয়া ফুটুকাৰ ফেনত পৰিণত হ’ল।

এন আৰ চি কৰ্তৃপক্ষই বৰ্মন কছাৰী জনগোষ্ঠীক বলিৰ পঠাৰ দৰে ব্যৱহাৰ কৰা বুলি মন্তব্য কৰি বৰ্মনে অন্যান্য জনজাতিৰ দৰে কোনো নথিপত্ৰ নোহোৱাকৈ বিনাদ্বিধাই বৰ্মন-কছাৰী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়।

এন আৰ চিৰ পৰা বাদ পৰি বৰ্মন-কছাৰী জনজাতিৰ এজন লোকো যদি বিদেশী বুলি বিতাড়িত হব লগা হয় তেন্তে তাৰ পৰিনাম ভয়াবহ হব বুলিও হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে ।

সংবাদ মেলখনত নিখিল বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ বাগসা জিলা সমিতিৰ সভাপতি বিনয় বৰ্মন, সাধাৰণ সম্পাদক মহেশ্বৰ বৰ্মন, যুটীয়া সম্পাদক অমৃত বৰ্মন, জয়চৰণ বৰ্মন, উপদেষ্টা চন্দ্ৰ বৰ্মন আৰু উপ সভাপতি কাৰ্তিক বৰ্মনো উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd