• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 7, 2025 5:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ তথাকথিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰে বান্ধ খাই থকা কংগ্ৰেছ আৰু বিজেপি  ৰে আমাৰ মিত্ৰতা সম্ভৱ নহয় ৷ এই দুয়োটা দল এটা মুদ্ৰাৰ দুটা পিঠি ৷ অহা ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত আমি ১২৬ টা সমষ্টিত অকলেই অৱৰ্তীন হ’ম ৷ এই বক্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াৰ ৷

এক বিবৃতিত আপ ৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে ক্ষোভেৰে কয়, কংগ্ৰেছে ভাৰতবৰ্ষত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ, অত্যাচাৰ – উৎপীড়ন, ভুৱা প্ৰতিশ্ৰুতি আদিৰ দুৱাৰ মুকলি কৰি ইয়াৰ বীজ ৰূপন কৰিলে ৷ আৰু বিজেপিয়ে কংগ্ৰেছৰ এই গৰ্হিত কামবোৰক স্বীকৃতি দি সুদৃঢ় কৰিলে ৷ এয়াই হৈছে বৰ্তমানৰ প্ৰচলিত অৰ্থাৎ পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থা ৷ এই ব্যৱস্থাক কংগ্ৰেছ আৰু বিজেপি দলে সাৱতি ধৰি আছে ৷ সেয়ে এই ব্যৱস্থাৰ অংশীদাৰ কংগ্ৰেছ আৰু বিজেপিৰ লগত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিব নোৱাৰে ৷ এই দুয়োটা দলেই দেশবাসী আৰু ৰাজ্যবাসীৰ ত্ৰাণকৰ্তা হ’বই নোৱাৰে ৷ গতিকে আমি এই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা উৎখাত কৰিবৰ বাবে নিৰ্বাচনত অকলেই যুঁজ দিয়াৰ বাহিৰে অন্য বিকল্প নাই ; —  আপৰ নেতাজনে কয় ৷

Apply Now

দেশ আৰু বিশেষকৈ অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে গণতন্ত্ৰ নিঃশেষ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয়, গণতন্ত্ৰ সৱল হৈ থাকিলেহে ৰাইজে সুশাসন পাব আৰু ৰাইজৰ শাসন সম্ভৱ হ’ব ৷

ৰাইজৰ শাসন প্ৰতিস্থা কৰাত আপৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ মডেল সফল হৈছে বুলি মত প্ৰকাশ কৰি ৰাজীব শইকীয়াই কয়, আমি অসমতো কাম আৰু সততাৰ ৰাজনীতিৰ আধাৰত অৰ্থনীতি, কৃষি, ব্যৱসায় – বাণিজ্য, উদ্যোগ, শিক্ষা, চিকিৎসা, আদি খণ্ডৰ ৰূপান্তৰৰ কথা চিন্তা কৰিছোঁ ৷ ৰাজ্যখনক সেউজ আৰু সমৃদ্ধিশালী কৰি গঢ়ি তুলিব বিচাৰোঁ ৷ কংগ্ৰেছ – বিজেপিৰ সৈতে মিত্ৰতা কৰি বা কংগ্ৰেছ – বিজেপিৰ সৈতে সহযোগী হৈ চৰকাৰ কৰি এয়া সম্ভৱ নহয় বুলি দৃঢ়তাৰে কয় আপৰ নেতাজনে ৷ অৱশ্যে আম আদমি পাৰ্টীৰ কাম আৰু সততাৰ ৰাজনীতিত বিশ্বাসী আঞ্চলিক দলসমুহৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি আপৰ নেতাজনে ব্যক্ত কৰে ৷ আমি অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ৰাজনৈতিক আৰু অৰাজনৈতিক শক্তিসমুহক ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সততা আৰু কামৰ ৰাজনীতিৰ আধাৰত প্ৰকৃত ৰাইজৰ শাসন প্ৰতিস্থাৰ হকে বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধান কৰিবলৈ আহ্বান জনাইছোঁ ৷ আপ চৰকাৰৰ সুশাসনৰ সোঁৱাদ ল’বলৈ অসমবাসী আগ্ৰহী হৈ আছে বুলি দাবী কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয়, ৰাইজে বিচাৰিলে আপ ৰ চৰকাৰ ২০২৬ তো সম্ভৱ হৈ উঠিব পাৰে ! কিন্তু এটা কথা স্পষ্ট যে, ২০৩১ ত অসমত আম আদমি পাৰ্টীৰ চৰকাৰ প্ৰতিস্থা হোৱাটো নিশ্চিত ৷

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd