• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কংগ্ৰেছৰ পৰা পদত্যাগ অমৰিন্দ্ৰৰ সিঙৰ, ঘোষণা কৰিলে নতুন দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 7:38 pm
Amarinder Singh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মঙলবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে কংগ্ৰেছৰ পৰা পদত্যাগ পিছতে পঞ্জাৱ লোক কংগ্ৰেছ নামেৰে নতুন ৰাজনৈতিক দল গঠন কৰা বুলি ঘোষণা কৰে অমৰিন্দ্ৰৰ সিঙে।

“মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীজীলৈ মোৰ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছো, পদত্যাগ পত্ৰত পদত্যাগৰ সকলো কাৰণ অন্তৰ্ভূক্ত কৰা হৈছে।
‘পঞ্জাৱ লোক কংগ্ৰেছ’ নামেৰে নতুন দল গঠন কৰা হৈছে। পঞ্জীয়নটো @ECISVEEP অনুমোদনৰ বাবে অমীমাংসিত হৈ আছে। দলৰ প্ৰতীক পিছত অনুমোদিত হ’ব।” অমৰিন্দৰ সিঙে টুইটাৰত কয়।

ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰখনত কেইবা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নৱজ্যোত সিদ্ধুক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ‘এজন অস্থিৰ ব্যক্তি’ আৰু ‘পাকিস্তানৰ প্ৰতি হৃদয়তা’ থকা সিদ্ধুক পৃষ্ঠপোষকতা কৰিছিল।”

 

Apply Now

I have today sent my resignation to @INCIndia President Ms Sonia Gandhi ji, listing my reasons for the resignation.

‘Punjab Lok Congress’ is the name of the new party. The registration is pending approval with the @ECISVEEP. The party symbol will be approved later. pic.twitter.com/Ha7f5HKouq

— Capt.Amarinder Singh (@capt_amarinder) November 2, 2021

তেওঁ লগতে কয় যে শ্ৰীমতী গান্ধীয়ে সাধাৰণ সম্পাদক হৰিশ ৰাৱটৰ দ্বাৰা প্ৰৰোচিত হোৱা সিদ্ধুৰ প্ৰতি অন্ধ দৃষ্টি ৰাখিছিল।

টুইটাৰত আহ্বান কৰা বিধায়িনী দলৰ বৈঠকৰ উদ্ধৃতি দি তেওঁ কয় যে তেওঁ বুজি পাইছে যে এইয়া তেওঁক অপমানিত কৰাৰ উদ্দেশ্য আছিল। বৈঠকৰ পিছদিনা ৰাতিপুৱা ছোনীয়া গান্ধীয়ে অমৰিন্দ্ৰৰ সিঙক ফোন কৰি শীৰ্ষ পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল বুলিও পত্ৰত উল্লেখ কৰিছে সিঙে।

অত্যন্ত ক্ষোভেৰে অমৰিন্দ্ৰৰ সিঙে পত্ৰখনত উল্লেখ কৰিছে, “ৰাজহুৱা জীৱনত মোৰ ৫২ বছৰৰ ভাল সময়ৰ বিষয়ে জ্ঞাত হোৱা স্বত্বেও গভীৰ ব্যক্তিগত পৰ্যায়ত আপুনি মোক কেতিয়াও বুজি পোৱা নাছিল। আপুনি ভাবিছিলে যে মই বহু বছৰধৰি আগবাঢ়ি আহিছোঁ আৰু সেয়ে এতিয়া আঁতৰাই পঠোৱা প্ৰয়োজন।”

ৰাজীৱ গান্ধীক স্মৰণ কৰি তেওঁ পত্ৰখনত কয় যে, “আপোনাৰ আৰু আপোনাৰ সন্তানৰ আচৰণৰ দ্বাৰা গভীৰভাৱে আঘাত প্ৰাপ্ত অনুভৱ কৰিছো। মই আশা কৰোঁ যে আন কোনো জ্যেষ্ঠ কংগ্ৰেছী ব্যক্তিয়ে মোক দিয়া গ্লানিৰ সন্মুখীন নহয়।”

উল্লেখ্য যে পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধুৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ আৰু দলীয় নেতৃত্বৰ দ্বাৰা অপমানিত হোৱা বুলি অভিযোগ কৰি পঞ্জাৱ কংগ্ৰেছৰ জেষ্ঠ নেতাজনে যোৱা মাহত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd