DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অমৰনাথ যাত্ৰা: তীৰ্থযাত্ৰীৰ বাবে বাধ্যতামূলক আধাৰ প্ৰমাণীকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2022 10:13 am
Amarnath Yatra
116
VIEWS
Share on FacebookShare on Twitter

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে দুটা বছৰৰ বিৰতিৰ পিছত পুনৰ মুকলি কৰা হৈছে অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ তীৰ্থযাত্ৰী সকলৰ বাবে অমৰনাথ যাত্ৰা মুকলি কৰা হৈছে।

এইবাৰ অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া তীৰ্থযাত্ৰীৰ বাবে আধাৰ কাৰ্ডৰ প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে।

সোমবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে এক বিবৃতি জাৰি কৰি অমৰনাথ যাত্ৰা কৰিব বিচৰা তীৰ্থযাত্ৰীসকলে স্বেচ্ছাই আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব বুলি ঘোষণা কৰিছে।

সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা জাৰী কৰা এক জাননীত উল্লেখ কৰা মতে জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি অমৰনাথ তীৰ্থস্থানলৈ তীৰ্থযাত্ৰা কৰিবলৈ ইচ্ছুক তীৰ্থযাত্ৰীসকলৰ ক্ষেত্ৰত স্বেচ্ছামূলক ভাৱে আধাৰ প্ৰমাণ পত্ৰ দাখিল বাধ্যতামূলক কৰিছে।

জাননীত লগতে কোৱা হৈছে যে সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ নিয়ম ২০২০ ৰ পঞ্চম দফা অনুসৰি তীৰ্থযাত্ৰীসকলে এই অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড দাখিল কৰিব লাগিব।

উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰই জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল।

আনহাতে ২০২০ আৰু ২০২১ চনত ক’ভিদ মহামাৰীৰ বাবে কেৱল সাধাৰণ আচাৰ-অনুষ্ঠানখিনিহে পালন কৰা হৈছিল।

দুবছৰৰ বিৰতিৰ পাছত পুনৰ অমৰনাথ যাত্ৰা অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ তীৰ্থযাত্ৰাত এক মিলিয়নতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd