• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ প্ৰথমটো অভিলাষী ‘আণ্ডাৰ ৱাটাৰ স্পেচ ষ্টেশ্যন’ৰ ডিজাইন মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 9:31 am
under water space station
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একুৱানউট ফেবিয়েন কউছটিঅ’ আৰু ইণ্ডাষ্ট্ৰীয়েল ডিজাইনাৰ য়েভছ বেহৰৱৰ্ল্ডছে কেৰিবিয়ান সাগৰপৃষ্ঠৰ ৬০ফুট গভীৰত এটা পানীৰ তলৰ স্পেচ ষ্টেশ্যন’ৰ(আণ্ডাৰ ৱাটাৰ স্পেচ ষ্টেশ্যন)ধাৰণা লৈ আহিছে।

তেওঁলোকে এটা বৃহৎ আণ্ডাৰ ৱাটাৰ ৰিচাৰ্ছ ষ্টেশ্যন আৰু লগতে বসতি গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে আৰু ইয়াৰ অভিলাষী ডিজাইন মুকলি কৰিছে।

Apply Now

৪,০০০বৰ্গফুট জোৰা মডুলাৰ লেবটো কুৰাকাও উপকূলৰ ফালৰ পানীৰ তলত বহুওৱা হ’ব।

ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষক আৰু বিজ্ঞানীসকলৰ বাসগৃহ থাকিব। তেওঁলোকে সাগৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিব।

বায়ু আৰু সৌৰ শক্তি আৰু সাগৰৰ তাপ শক্তিৰ ৰূপান্তকৰণেৰে সংগ্ৰথিত ইয়াত লেবৰটৰী, ব্যক্তিগত আৱাস, মেডিকেল বে’ আৰু মুন পুল(moon pool)থাকিব।

নতুনকৈ মুকলি কৰা ডিজাইনটো হৈছে এই অভিলাষী প্ৰকল্পটোৰ শেহতীয়া পদক্ষেপ।

কউছটিঅ’ৰ মতে, কৰ’না ভাইৰাছ মহামাৰীৰ বাবে যদিও ইতিমধ্যে প্ৰকল্পটোত বিলম্ব ঘটিছে, প্ৰটিয়াছ স্থাপন কৰালৈকে তিনিবছৰ সময় লাগিব।

কউছটিঅ’ হৈছে বিখ্যাত ওচেন’গ্ৰাফিক এক্সপ্ল’লাৰ্ছ পৰিয়ালৰ পৰা ব্যক্তি। তেওঁ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জীন-মাইকেল কউছটিঅ’ পুত্ৰ আৰু একুৱা-লাঙৰ সহ-নিৰ্মাতা জেক-য়েভ কউছটিঅ’ নাতি।

এই প্ৰকল্পটোত একুৱানউট ফেবিয়েন কউছটিঅ’ ওচেন লাৰ্নিং চেন্টাৰ আৰু ইণ্ডাষ্ট্ৰীয়েল ডিজাইনাৰ য়েভছ বেহৰৱৰ্ল্ডছৰ ডিজাইন ফাৰ্ম ফুৱেছপ্ৰজেক্টৰ যৌথ প্ৰচেষ্টা আৰু ইয়াত সহযোগ কৰিছে নৰ্থইষ্টাৰ্ণ য়ুনিভাৰ্ছিটি, ৰুটগাৰ্ছ য়ুনিভাৰ্ছিটি আৰু কেৰিবিয়ান ৰিচাৰ্ছ এণ্ড মেনেজমেন্ট অফ বায়’ডাইভাৰছিটি ফাউণ্ডেশ্যনে।

সাগৰীয় গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিও কউছটিঅ’ই কয় যে প্ৰকৃতিগতভাৱে সাদৃশ্য নাথাকিলেও তেওঁ অন্তৰীক্ষ গৱেষণাৰ এগৰাকী ডাঙৰ অনুৰাগী। দুয়ো ধৰণৰ অভিযানতে মানুহৰ প্ৰতিকূল অৱস্থাত অপৰিসীম সাধনাৰ প্ৰয়োজন।

এই প্ৰকল্প সম্পূৰ্ণ হ’লে বিশ্বই সাগৰীয় গৱেষণাৰ দিশত এক নতুন গতি লাভ কৰিব বুলি আশা কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd