• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমপাতত এম্ব্ৰইডাৰী কৰি নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
October 3, 2021 4:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ নতুন আমোলাপট্টিৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা তথা মেলামৰা হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ এক অনন্য প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে।

বৰ্ণালী দত্ত নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে সতেজ আমপাতত যোগাসনৰ বিভিন্ন আসন এম্ব্ৰইডাৰী কৰি অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

Apply Now

বৰ্ণালী দত্তৰ এই প্ৰতিভাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই।

সৰুৰে পৰাই নিজ মাতৃয়ে এম্ব্ৰইডাৰী কৰ্ম দেখি অনুপ্ৰাণিত হোৱা শিক্ষয়িত্ৰী গৰাকীয়ে এক ব্যতিক্ৰমী ধৰণে এম্ব্ৰইডাৰী কৰাৰ মানসেৰে আমপাতত যোগাসনৰ বিভিন্ন আসন ভংগিমা এম্ব্ৰইডাৰী কৰে।

স্বামী আৰু দুটি সন্তানেৰে ভৰপূৰ এক সাংসাৰিক জীৱনৰ দায়িত্ব পালন কৰাৰ মাজতো বৰ্ণালী দত্তই এনে বিৰল প্ৰতিভা প্ৰদৰ্শন কৰি এইদৰে স্বীকৃতি লাভ কৰাত তেওঁৰ শিক্ষক স্বামী প্ৰণৱজ্যোতি শইকীয়া আৰু পৰিয়ালৰ লোক যথেষ্ট আনন্দিত আৰু গৌৰৱান্বিত হৈছে।

মীনাক্ষী ফুকন,গোলাঘাট

মীনাক্ষী ফুকন,গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

November 14, 2026 9:29 pm
বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

November 14, 2026 9:01 pm
মৃত্যুৰ উপত্যকাত এতিয়া জীৱনৰ সন্ধান! ব্ৰিটিছৰ নিৰ্যাতন শিবিৰত চিকিৎসক সৃষ্টিৰ প্ৰস্তুতি খড়গপুৰ আইআইটিৰ

মৃত্যুৰ উপত্যকাত এতিয়া জীৱনৰ সন্ধান! ব্ৰিটিছৰ নিৰ্যাতন শিবিৰত চিকিৎসক সৃষ্টিৰ প্ৰস্তুতি খড়গপুৰ আইআইটিৰ

November 14, 2026 6:34 pm
কাজিৰঙাত ২৬ জনৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্ঘটনাৰ আঁৰত কোন? দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

কাজিৰঙাত ২৬ জনৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্ঘটনাৰ আঁৰত কোন? দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

November 14, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

November 14, 2026 9:29 pm
বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

November 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd