DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী মহোৎসৱ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 17, 2020 4:52 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

”প্ৰত্যেক বছৰৰ দৰে এইবছৰও ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মহোৎসৱ পালন কৰা হব কিন্তু বৰ্তমানৰ প্ৰতিকুল পৰিস্থিতিৰ বাবে এই বছৰ অকল ধৰ্মীয় ৰীতি নীতি খিনিহে পালন কৰা হ’ব ৷ এই মহোৎসৱ পূৰ্ব্বলেখীয়াকৈ পালন কৰিব নোৱাৰাটো বেদনাদায়ক”  আজি কামাখ্যা দেৱালয়ত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰকাশ কৰে দলৈ মোহিত চন্দ্ৰ শৰ্মাই ৷

“অম্বুবাচী প্ৰবৃতিৰ সময় ৭ আহাৰ, ইং ২২ জুন সোমবাৰ পুৱা ৭:৫৩:১৫ বজাত আৰু নিবৃতিৰ সময় ১০ আহাৰ, ইং ২৫ জুন বৃহস্পতি বাৰ সময় নিশা ৮:১৬:৫৫ বজাত” দলৈ শৰ্মাই লগতে জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ বিষয় এই যে অম্বুবাচী মহোৎসৱৰ সময়ছোৱাত কামাখ্যা দেৱালয় আৰু দাতি কাষৰীয়া অঞ্চল সমূহত সকলো ধৰণৰ তীৰ্থযাত্ৰী ও সাধু সন্যাসীৰ সমাগম বন্ধ থাকিব ৷ সাধু সন্যাসীৰ আগমন বন্ধ কৰাৰ বাবে নামনি কামখ্যাৰ পৰা দেৱালয়লৈ সকলো ধৰণৰ পথ যোগাযোগ ব্যৱস্থা বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে, কোনো সামাজিক সংগঠনকে কেম্প বনোৱা, ভাণ্ডাৰা আৰু অন্যান্য সেৱা আগবঢ়াব দিয়া নহ’ব ৷ লগতে স্থায়ী পাণ্ডা পূজাৰীৰ বাহিৰে কোনো ব্যক্তি বা অনুষ্ঠানক কামাখ্যা দেৱালয়ৰ প্ৰসাদ ৰক্তবস্ত্ৰ আদি বিতৰণৰ অনুমতি দিয়া নহয় ৷ সেয়েহে এইক্ষেত্ৰত ভক্ত সকলক সতৰ্ক হোৱাৰ বাবে আহ্বান জনায় দলৈ শৰ্মাই ৷

ক’ৰ’নাৰ সক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৩০ জুনলৈ বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ দুৱাৰ ৷ পৰবৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে দেৱালয়ৰ দুৱাৰ খোলা বা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলিও সংবাদমেলত উল্লেখ কৰে দলৈ শৰ্মাই ৷

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd