DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিডকালত দুই শিক্ষানুষ্ঠানৰ ক’ভিড ৰোগীলৈ সহায়ৰ হাত ,এম্বুলেন্স প্ৰদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 21, 2021 6:30 pm
nn
202
VIEWS
Share on FacebookShare on Twitter

কভিডৰ সংকট কালত তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ক তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ তৰফৰ পৰা আজি ক’ভিড আক্ৰান্ত ৰোগীৰ সহায়ক হোৱাকৈ এখন এম্বুলেন্স প্ৰদান কৰে ।

এই এম্বুলেন্স খন তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা° গৌতম মেধিয়ে চমজি লয়।

এম্বুলেন্স প্ৰদান অনুষ্ঠানত তামুলপুৰস্থিত চেন্ট জেভিয়াৰ স্কুল আৰু তুলসীবাৰী ডে মাথা ইংলিছ মিডিয়াম স্কুলৰ ফাদাৰ ক্ৰমে চেভিয়াৰ আৰু মেবি উপস্থিত থাকে ।

তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰৱন্ধক কিশোৰ শৰ্মা, গাননিক বিষয়া শিব প্ৰসাদ শৰ্মা আৰু ব্লক ডাটা মেনেজাৰ ললিত সুবেদী সহ কৰ্মচাৰী সকল উপস্থিত থাকে ।

ডা° গৌতম মেধীয়ে কয় যে এম্বুলেন্স খন ক’ভিডৰ সংকটকালত ৰোগী সকলক যথেষ্ট উপকৃত কৰিব
স্কুল কৰ্তৃপক্ষই সাংবাদিকক জনোৱা মতে ক’ভিড মহামাৰীৰ সংকটপূৰ্ণ সময়ত আমি ৰাইজক কিবা এটি সহায়ৰ হাত আগবঢ়াবলৈ ঠিৰাং কৰি আজি আমাৰ তৰফৰ পৰা এখন এম্বুলেন্স ক’ভিড ৰোগীৰ উপকাৰ হোৱাকৈ প্ৰদান কৰিলো।

নিশ্চয় ইয়াৰ দ্বাৰা ৰোগী সকল কিছু পৰিমাণে সহায় লাভ কৰিবলৈ সক্ষম হব বুলি আাশা কৰিছোঁ ৷

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd