• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০ ক’ৰ’ণা ৰোগীক সহায় কৰি নিজে মৃত্যুক সাৱটিলে এম্বুলেন্সৰ চালকে

কৰ্তব্য সমাপনৰ খাতিৰত ৬ মাহ ধৰি যোৱা নাছিল ঘৰলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 12:07 pm
ambulance
4.1k
VIEWS
Share on FacebookShare on Twitter

মহাব্যাধি ক’ৰ’ণাৰ সৈতে চৰকাৰ আৰু জনতাই সাহসেৰে যুঁজ দি গৈছে।

ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া সকলৰ ভিতৰত এম্বুলেন্সৰ চালকসকলো অন্যতম।

কোনো এজন লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি খবৰ পোৱাৰ পিছতে তেনে ৰোগীক প্ৰথমে এম্বুলেন্স চালক সকলেই চিকিৎসালয়লৈ আনিব লাগে।

ক’ৰ’ণা ৰোগীৰ সেৱাতেই জীৱন পাত কৰা এগৰাকী সাহসী ক’ৰ’ণা যোদ্ধা হৈছে আৰিফ খান।

এম্বুলেন্স চালক আৰিফ খানে ২০০ৰো অধিক ক’ৰ’ণা ৰোগীক নিজে চলোৱা এম্বুলেন্সেৰে চিকিৎসালয়লৈ নি সেৱা আগবঢ়োৱো আৰিফৰ মৃত্যু হ’ল ক’ৰ’ণাতে নতুন দিল্লীৰ ছিলামপুৰৰ বাসিন্দা আৰিফ খানে বিগত প্ৰায় ৬ মাহ ধৰি কৰ্তব্যৰ খাতিৰতে ঘৰলৈ যাব পৰা নাছিল।

নিজৰ একমাত্ৰ পুত্ৰ  আৰু পত্নীৰ মুখ দীৰ্ঘ দিন ধৰি নেদেখাকৈয়ে এম্বুলেন্স চালক আৰিফ খানে শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হ’ল।

যোৱা ২ অক্টোৱৰত আৰিফ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ হিন্দু ৰাও চিকিৎসালয়ত।

চিকিৎসাধীন অৱস্থাতে যোৱা নিশা তেওঁৰ মৃত্যু ঘটে।

আৰিফৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁৰ পত্নী  আৰু পুত্ৰই মৃতদেহ চাবলৈ লৱৰি আহে যদিও কোভিড প্ৰটোকলৰ বাবে তেওঁলোকে আৰিফৰ মৃতদেহ দূৰৰ পৰাহে প্ৰত্যক্ষ কৰাৰ অনুমতি পায়।

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আৰিফৰ মৃত্যুত এতিয়া দিনতে আন্ধাৰ দেখিছে আৰিফৰ পৰিয়ালটোৱে।

এটা বেচৰকাৰী সেৱা প্ৰতিষ্ঠানৰ এম্বুলেন্স চলোৱা আৰিফে চৰকাৰৰ পৰা কিবা সাহায্য পাবনে নে নাই তাতো সন্দেহ আছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd