• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘লাভ জিহাদ’! কঠোৰ আইনৰ পোষকতা বিজেপি বিধায়কৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 17, 2022 6:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাই সমগ্ৰ দেশ জোকাৰি থকাৰ সময়তে লাভ জিহাদৰ বিৰুদ্ধে অধিক কঠোৰ আইন প্ৰণয়নৰ হকে সৰব হৈ উঠিছে বিজেপি বিধায়কে।বিজেপি বিধায়ক ৰাজেশ্বৰ সিং। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক জঘন্য অপৰাধৰ সৈতে মোকাবিলা কৰা ৰাজ্যিক আইন সংশোধন কৰিবলৈ সিঙে এখন পত্ৰৰ দ্বাৰা আহ্বান জনায়। শেহতীয়াকৈ দিল্লীত এগৰাকী যুৱতীক তেওঁৰ আন্তঃধৰ্মীয় প্ৰেমিকে কৰা নৃশংস হত্যাৰ পৰিপ্ৰেক্ষিতত ‘লাভ জিহাদ’ৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ পোষকতা কৰে বিধায়কজনে। শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰা, অভিযুক্তক জামিন নিদিয়া, ধৰ্ষণ আৰু হত্যাৰ বাবে মৃত্যুদণ্ডৰ উপৰি সাক্ষীসকলক বিশেষ সুৰক্ষা প্ৰদান কৰা আদি বিষয়সমূহত জোৰ দিবলৈ বিধায়ক সিঙে আদিত্যনাথক আহ্বান জনায়।

ফৌজদাৰী প্ৰক্ৰিয়াগত আইনৰ সংশোধনৰ দাবী জনাই সিঙে কয় যে ‘লাভ জিহাদ’ৰ ক্ষেত্ৰত প্ৰলোভনৰ সংজ্ঞা বহল কৰাৰ প্ৰয়োজন আছে আৰু ইয়াত বিবাহ বা দাম্পত্য সম্পৰ্কৰ প্ৰতিশ্ৰুতি বা সেই সম্পৰ্কৰ মাজত বাস কৰাসকললকো অন্তৰ্ভুক্ত কৰিব লাগে । বিধায়কজনে আদিত্যনাথলৈ লিখা পত্ৰৰ এটা প্ৰতিলিপি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুলৈও প্ৰেৰণ কৰিছে।।শাসকীয় দলৰ বিধায়কজনে পত্ৰখনত উল্লেখ কৰিছে” দিল্লী চহৰত এজন মুছলমান ব্যক্তিয়ে তেওঁৰ হিন্দু প্ৰেমিকাক নিৰ্মমভাৱে হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি কাটি দিয়াৰ ঘটনাই শেহতীয়াকৈ সমগ্ৰ দেশত হোৱা ‘লাভ জিহাদ’ অপৰাধৰ কথা মনত পেলাই দিয়ে” ।

Apply Now

 বিধায়কজনে কয় যে আইনসভাৰ জৰিয়তে আইনখন সংশোধন কৰাটো প্ৰয়োজনীয়, যিদৰে অতীতত কৰা হৈছিল “মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ইয়াৰ দ্বাৰা ৰাজহুৱা শৃংখলা বজাই ৰখাৰ বাবে” এনে কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি সিঙে পত্ৰখনত উল্লেখ কৰে।।

সিঙে দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ (২৭)ৰ হত্যাৰ কথা পত্ৰ খনত বিশেষভাবে উল্লেখ কৰে। বিজেপি বিধায়কগৰাকীয়ে কয়, “ভৱিষ্যতে এনে ধৰণৰ অপৰাধৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে আমি তদন্ত আৰু বিচাৰৰ বাবে সময়সীমা নিৰ্ধাৰিত কৰাটো প্ৰয়োজনীয়। যাতে অপৰাধ পঞ্জীয়ন আৰু তাৰ পিছত ৬০ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ হয় আৰু ৬০ দিনৰ ভিতৰত বিচাৰ সম্পূৰ্ণ কৰিব পৰা যায়”।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd