DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমেৰিকাত ক’ৰ’নাৰ সংহাৰ; ২৪ ঘণ্টাৰ ভিতৰত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2020 9:07 am
Wuhan-coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

17.3k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত যোৱা ২৪ ঘণ্টাত ৫২ হাজৰ লোক আক্ৰান্ত হোৱা খবৰে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে আমেৰিকাত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশখনত এই পৰ্যন্ত ২৭.৭৮ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১ লাখ ৩০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

আমেৰিকাৰ সমান্তৰালকৈ ব্ৰাজিলতো ক’ৰ’নাৰ সংহাৰে চিন্তিত কৰি তুলিছে দেশখনৰ চৰকাৰক। দেশখনত বিগত ২৪ ঘণ্টাত ৪৪,৮৮৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০৫৭ গৰাকী লোকৰ মৃত্যু হৈছে।

ব্ৰাজিলত সৰ্বমুঠ ১৪,৫৩,৩৬৯ গৰাকী আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে ৬০,৭১৩ গৰাকী ৰোগী।

আমেৰিকা, ব্ৰাজিলৰ পিছতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যাৰ তালিকাত আছে ৰাছিয়া আৰু ভাৰত।

ৰাছিয়াত আক্ৰান্তৰ সংখ্যা ৬৫৪,৪০৫ আৰু মৃত্যুৰ সংখ্যা ৯,৫৩৬। ইফালে ভাৰতত ভাৰতত ৬০৫,২২০ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭,৮৪৯ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে চীনৰ য়ুহান চহৰৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছৰ ফলত বিশ্বৰ ১ কোটি ৭ লাখ ৯৩ হাজাৰ লোক আক্ৰান্ত হৈছে। আনহাতে বিশ্বজুৰি মৃত্যু হৈছে ৫ লাখ ১৮ হাজাৰৰো অধিক লোকৰ।

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd