• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত এনআইএৰ জালত আমেৰিকাৰ ভাড়াতীয়া সৈনিক মেথিউ ভ্যানডাইকসহ ৬ ইউক্ৰেইনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 8:21 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ নিৰাপত্তা সংস্থাই এক চিনেমাৰ কাহিনীৰ দৰে অভিযান চলাই কলকাতা, দিল্লী আৰু লক্ষ্ণৌ বিমানবন্দৰৰ পৰা সাতজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত নামটো হৈছে আমেৰিকাৰ মেথিউ এৰন ভেনডাইক। ভেনডাইকৰ সৈতে গ্ৰেপ্তাৰ হোৱা আন ছয়জন লোক ইউক্ৰেইনৰ নাগৰিক। তেওঁলোকক ক্ৰমে পেট্ৰ’ হাৰ্বা, তাৰাছ স্লিভিয়াক, ইভান চুকমান’ভস্কি, মেৰিয়ান ষ্টেফানকিভ, মাকচিম হ’নচাৰুক আৰু ভিক্টৰ কামিনস্কি বুলি চিনাক্ত কৰা হৈছে। যোৱা ১৩ মাৰ্চত এই গ্ৰেপ্তাৰৰ পাছত দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে তেওঁলোকক ১১ দিনৰ বাবে এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

এই সমগ্ৰ ঘটনাটোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে। এনআইএৰ তথ্য অনুসৰি, এই গোটটোৱে ভাৰতৰ কোনো বৈধ অনুমতি অবিহনে মিজোৰাম ভ্ৰমণ কৰিছিল আৰু তাৰ পৰা অবৈধভাৱে ম্যানমাৰত প্ৰৱেশ কৰিছিল। উত্তৰ-পূব ভাৰতৰ বহু কেইখন ৰাজ্যত বিদেশী নাগৰিকৰ প্ৰৱেশৰ বাবে বিশেষ অনুমতিৰ প্ৰয়োজন হয় যদিও এই সাতজন লোকে সেই নিয়ম উলংঘা কৰিছিল। তেওঁলোকে ম্যানমাৰত সশস্ত্ৰ বিদ্ৰোহী গোটসমূহক সামৰিক প্ৰশিক্ষণ দিয়াৰ লগতে অস্ত্ৰ যোগান ধৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এনআইএৰ মতে, উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক থকা এই গোটসমূহক তেওঁলোকে আধুনিক ড্ৰ’ন যুদ্ধ আৰু জামিং প্ৰযুক্তিৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছিল।

Apply Now

গ্ৰেপ্তাৰ হোৱা মেথিউ ভেনডাইক বিশ্বৰ বিভিন্ন যুদ্ধক্ষেত্ৰত ভাড়াতীয়া সৈনিক হিচাপে কাম কৰাৰ বাবে কুখ্যাত। ২০১১ চনত লিবিয়াৰ গৃহযুদ্ধত গাদ্দাফি চৰকাৰৰ বিৰুদ্ধে যুঁজ দি তেওঁ প্ৰথমে চৰ্চালৈ আহিছিল। ইয়াৰ পাছত তেওঁ ইৰাকত আই এছৰ বিৰুদ্ধে আৰু ছিৰিয়াৰ বিদ্ৰোহত সক্ৰিয়ভাৱে অংশ লৈছিল। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো তেওঁ ইউক্ৰেইনৰ সামৰিক বাহিনীক ড্ৰ’ন চলোৱা আৰু যুদ্ধৰ কৌশলৰ প্ৰশিক্ষণ দিছিল। তেওঁক এজন তথ্যচিত্ৰ নিৰ্মাতা আৰু নিৰাপত্তা বিশ্লেষক হিচাপেও জনা যায়।

বৰ্তমান এনআইএৰ তদন্তত পোহৰলৈ আহিছে যে এই বিদেশী গোটটোৱে ম্যানমাৰৰ পৰা ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ এক বৃহৎ ষড়যন্ত্ৰত লিপ্ত আছিল। ইউৰোপৰ পৰা আমদানি কৰা ড্ৰ’ন আৰু আধুনিক যুদ্ধ সঁজুলিৰে তেওঁলোকে সীমান্তত এক বিপদজনক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য লৈছিল। বৰ্তমান এই সাতজন অভিযুক্ত এনআইএৰ জিম্মাত আছে আৰু তেওঁলোকৰ এই অভিযানৰ আঁৰত কোন কোন ডাঙৰ শক্তি জড়িত হৈ আছে, সেই বিষয়ে অধিক তথ্য লাভ কৰিবলৈ জেৰা অব্যাহত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd