• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকান ছেটেলাইটে তিনিচুকীয়াত আৱিষ্কাৰ কৰিলে গোপন আই চি বি এমৰ ৰেইক?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 7:40 am
Google-map-1140x570

তিনিচুকীয়া ৰেইল ষ্টেশ্যনৰ গুগল মানচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱাটো ডিচেম্বৰ মাহত আন্তৰ্জাতিক ছেটেলাইট ব্যস্ত হৈ পৰাৰ পাছত হঠাতে অসমৰ পূব প্ৰান্তৰ তিনিচুকীয়া চহৰখনে বিশ্বৰ সুৰক্ষা সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যোৱা ডিচেম্বৰৰ প্ৰথম সপ্তাহত এছীয়-আফ্ৰিকীয় অঞ্চলটোৰ বনাঞ্চলৰ মানচিত্ৰ লৈ থাকোতে আমেৰিকাৰ এটা ছেটেলাইটে তিনিচুকীয়া ৰেইলৱে ষ্টেশ্যনৰ সমীপৰ একাংশ বনাঞ্চলৰ ছবি প্ৰেৰণ কৰিছিল।

Apply Now

উক্ত ছবিক ইন্টাৰনেশ্যনেল বেলাষ্টিক মিছাইল (আই চি বি এম)ৰ আৱৰ্তিত ভাণ্ডাৰ বুলি বাখ্যা কৰা হৈছে।

আই চি বি এম হৈছে নিম্নতম ৫,৫০০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা এবিধ লক্ষ্যভেদি বেলাষ্টিক মিছাইল।

আই চি বি এম ব্যৱহাৰকাৰী দেশসমূহৰ মাজত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া, ভাৰত, উত্তৰ কোৰিয়া আৰু ইৰান।

কিন্তু প্ৰশ্ন হৈছে তিনিচুকীয়া ৰেইলৱে ষ্টেশ্যনৰ সমীপৰ বনাঞ্চলত এনেকুৱা এটা ভাণ্ডাৰ ভাৰতে লুকাই ৰাখিছেনে?

প্ৰতিবেদন অনুসৰি, আমেৰিকান ছেটেলাইটে ছবিখন গ্ৰহণ কৰাৰ পাছত ৰাছিয়া আৰু চীনেও তেওঁলোকৰ ছবি ধৰা পেলোৱা প্ৰযুক্তি ব্যৱহাৰ কৰাত তিনিচুকীয়াক লৈ বিদেশী ছেটেলাইটৰ কাৰ্যকলাপত ভাৰতীয় কৰ্তৃপক্ষ তথা মহাকাশ সংস্থা বিমোৰত পৰিছে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে বিদেশী ছেটেলাইটৰ অত্যধিক কাৰ্যকলাপৰ পাছত ডিফেন্স ইন্টেলিজেন্স এজেন্স (ডি আই এ), নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (এন আই এ), প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সুৰক্ষা বিষয়ক কেবিনেট সমিতিয়েও বিষয়টোত জড়িত হৈ পৰিছে।

প্ৰতিবেদনটোত কোৱা অনুসৰি এক তদন্তই সদৰী কৰিছে যে তাত তিনিচুকীয়া ৰেইলৱে ষ্টেশ্যনৰ সমীপৰ বনাঞ্চলত প্ৰকৃততে এটা গোপন ভাণ্ডাৰ বা ৰেইক আছে।

প্ৰতিবেদন প্ৰকাশ পোৱা মতে ১৯৭৬ চনত এটা ৰেইক তিনিচুকীয়া ৰেইলৱে ষ্টেশ্যনলৈ অনা হৈছিল।

সেইটো তিনিচুকীয়া ৰেইলৱে ষ্টেশ্যনৰ কেইমিটাৰমান আঁতৰত ৰখা হৈছিল।

কিন্তু ৰেইকটো তিনিচুকীয়ালৈ অনাৰ দিনা প্ৰবল বৰষুণৰ ফলত অঞ্চলটোত প্লাৱিত হৈ পৰে।

বানৰ পানীয়ে আনকি ৰেইল ষ্টেশ্যনটোও পানীৰে বুৰাই পেলাইছিল।

প্ৰতিবেদনত কোৱা হৈছে যে ৰেইকটো ৰখা অঞ্চলটো পাচলিৰ খেতিৰে ভৰি আছিল আৰু ৰেইকটোৰ বিষয়ে জনা লোকসকলৰ উচ্ছেদ কৰি চহৰখনৰ পৰা বাহিৰলৈ প্ৰেৰণ কৰা হৈছিল।

আমেৰিকান ছেটেলাইটে যোৱা মাহত ইয়াৰ ছবি গ্ৰহণ কৰা সময়লৈকে বিষয়টো সম্পৰ্কে পুনৰ কেতিয়াও আলোচনা হোৱা নাছিল।

উক্ত ঘটনাটো আনুষ্ঠানিকভাৱে এতিয়াও পৰীক্ষণ কৰা হোৱা নাই বুলি প্ৰতিবেদনত কোৱা হৈছে।

“নৰ্থইষ্ট নাও’ৱে ৰেইলৱেৰ বিষয়াৰ এই বিষয়ত মন্তব্য বিচাৰিছিল যদিও যোগাযোগ নাপালে।

আনহাতে, এই প্ৰতিবেদনটো প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ-পূব সীমান্ত ৰেইলৱেই ইয়াৰ টুইটাৰ হেণ্ডলত লিখিছে: ‘’ বাতৰিটো নিশ্চিত কৰিবৰ বাবে আমাৰ হাতত কোনো পৰ্যাপ্ত তথ্য নাই। বাতৰিত উল্লেখ কৰা ধৰণে ৰেইলৱের তদন্তৰ বিষয়ে আমাৰ কোনো ধাৰণা নাই।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd