• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 6:10 pm
Amid Covid-19, Controversial Yulin Dog Meat Festival kicks off in China
14.6k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিশ্বজোৰা সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ হৈছে বিতৰ্কিত ইউলিন কুকুৰৰ মাংসৰ উৎসৱ।

২১ জুনৰ পৰা আৰম্ভ হোৱা এই বিতৰ্কিত উৎসৱ ৩০ জুনলৈকে ১০ দিনৰ বাবে চলিব।

চীনৰ উহানৰ এখন বজাৰৰ বাদুলীৰ পৰাই কৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰথমে আৰম্ভ হোৱা বুলি বিশ্বজুৰি প্ৰতিক্ৰিয়া হৈছিল।

পিছতে চীনৰ চৰকাৰে সেই বজাৰখন বন্ধ কৰি দিছিল। কিন্তু কিছুদিন পিছত বজাৰখন পুনৰ মুকলি কৰি দিয়ে।

এতিয়া কুকুৰৰ মাংসৰ উৎসৱটোক লৈয়ো পশুপ্ৰেমী কৰ্মীকে ধৰি বিভিন্ন লোকে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৰ’নাৰ সংহাৰৰ মাজতে চীনে কুকুৰ আৰু মেকুৰীক পোহনীয়া পশু (pet) হিচাপে গণ্য কৰি এইবোৰ খোৱাটো বন্ধ কৰা হ’ব বুলি বাতৰি প্ৰকাশিত হৈছিল।

ফলত এই বছৰ সেই উৎসৱ বন্ধ হ’ব বুলি আশা কৰা হৈছিল।

কিন্তু এতিয়া পুনৰ ইউলিন কুকুৰ মাংসৰ উৎসৱৰ অনুমতি দিয়াক লৈ বিশ্বৰ পশুপ্ৰেমীসকল ক্ষুভিত হৈ পৰিছে।

ইউলিন কুকুৰ মাংসৰ উৎসৱত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়।

বজাৰখনত বিভিন্ন ধৰণৰ কুকুৰ সজাত বন্দী কৰি ৰখা হয় আৰু গ্ৰাহকৰ পচন্দ অনুযায়ী সেইবোৰক তাতে মাৰি খোৱাৰো ব্যৱস্থা আছে।

Recent News

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

পৰীক্ষাত অজ্ঞান হৈ পৰা যুৱতীক চিকিৎসাৰ বাবে নি থকা অৱস্থাত চলন্ত এম্বুলেন্সত ধৰ্ষণ

পৰীক্ষাত অজ্ঞান হৈ পৰা যুৱতীক চিকিৎসাৰ বাবে নি থকা অৱস্থাত চলন্ত এম্বুলেন্সত ধৰ্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd