DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ কাষত পুৰণিগুদামৰ একাংশ হৃদয়বান লোক

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 5, 2020 8:42 am
ল’কডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ কাষত পুৰণিগুদামৰ একাংশ হৃদয়বান লোক
3.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা লক’ডাউনে ১০ দিন অতিক্ৰম কৰাৰ পিছত আন ঠাইৰ লগতে এতিয়া নগাঁও জিলাৰ পুৰণিগুদাম আৰু চামগুৰিৰ বৃহত্তৰ অঞ্চলত স্তব্ধহৈ পৰিছে জনজীৱন।

ল’কডাউনৰ সময়চোৱাত যাতে অতি দিন হাজিৰা কৰা লোকসকলে খাদ্যৰ অভাৱত ভূগিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ একাংশ হৃদয়বান লোক আগবাঢ়ি আহিছে।

পুৰণিগুদাম হালোৱাগাঁৱৰ কলিতাচুকৰ জয়ন্ত বৰা নামৰ এগৰাকী শিক্ষকে অঞ্চলটোৰ একাধিক দৰিদ্ৰ পৰিয়ালক ল’কডাউনৰ সময়চোৱাত সামাজিক দূৰত্ব বজাই বিতৰণ কৰিছে চাউল, দালি, আলু আৰু পিয়াঁজ আদি আৱশ্যকীয় খাদ্য সামগ্ৰী।

তেওঁৰ উপৰি পুৰণিগুদামৰ মাজগাঁৱতো বহু সংখ্যক আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত স্থানীয় যুৱকৰ দলে পুৰণিগুদাম আৰক্ষীৰ সহযোগত শনিবাৰে বিয়লি আৰু দেওবাৰে পুৱা খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়।

হালোৱাগাঁৱৰ শিক্ষক জয়ন্ত বৰা আৰু মাজগাঁৱৰ স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাক বৃহত্তৰ অঞ্চলটোৰ লোকসকলে শলাগ লৈছে।

Tags: COVID19

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd