• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুপ্ৰৱেশকাৰীয়ে টালি-টোপোলা বান্ধক, সময়সীমা ঘোষণা শ্বাহৰ

নাগৰিকত্ব বিধেয়কক লৈ উত্তৰ-পূবত আন্দোলনৰ মাজতে ঝাৰখণ্ডত নিৰ্বাচনী সভাত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2019 8:13 pm
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433 Amit Shah declares deadline for expelling 'every infiltrator' from India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিত শ্বাহে সোমবাৰে ভাৰতৰ পৰা প্ৰতিগৰাকী অনুপ্ৰৱেশকাৰীক “বহিষ্কাৰ”ৰ সময়সীমা ঘোষণা কৰিছে।

লগতে পঢ়ক– কাণত মদ ঢালক আৰু মগজ বচাওক: কৰ্নেল ইউনিভাৰ্চিটি ষ্টাডি

প্ৰধান মন্ত্ৰী মোদীৰ বহুচৰ্চিত ’১৪ৰ নিৰ্বাচনী আশ্বাস “১৬ মে’”ৰ বিপৰীতে শ্বাহঘোষিত অন্তিম সীমা হৈছে ২০২৪ চন।

২০২৪ চনত হ’ব লগা দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই কাম সম্পন্ন কৰা হ’ব আৰু তাৰ বাবে সমগ্ৰ দেশজুৰি কৰা হ’ব এন আৰ চি।

লগতে পঢ়ক–  মোদীৰ লক্ষ্য উত্তৰ-পূবত অধিক জাপানী বিনিয়োগ

“আজি মই আপোনালোকক ক’ব খোজো যে ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে দেশজুৰি এন আৰ চি কৰা হ’ব আৰু প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কাৰ কৰা হ’ব,” আগন্তুক ঝাৰখণ্ড বিধান সভা নিৰ্বাচনৰ এক সভাত বিজেপি সভাপতিগৰাকীয়ে কয়।

এন আৰ চিক লৈ দেশৰ গৃ্হ মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কৰা মন্তব্যই খুব চৰ্চা লাভ কৰিছিল।

At Public meeting in Baharagora, East Singhbhum, Jharkhand. https://t.co/UjRF1Z80VP

— Amit Shah (@AmitShah) December 2, 2019

অসমতো পুনৰ এন আৰ চি কৰা হ’ব বুলিও এক অস্পষ্ট-ধৰণৰ ঘোষণা শাসক বিজেপি আৰু চৰকাৰে কৰি আহিছে।

অসমত “নতুন এন আৰ চি” কথাটোক লৈ বিভিন্নজনে বিভিন্ন ধৰণে মত প্ৰকাশ কৰি আহিছে।

ভাৰতৰ উচ্চতম ন্যায়ালয় নিৰ্দেশিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো অসমত এতিয়াও চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

September 12, 2025 10:39 am
ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

September 12, 2025 10:36 am
ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

September 12, 2025 9:39 am
উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

উত্তৰ কোৰিয়াত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত; কিম জং উনৰ চকীত বহিব এগৰাকী মহিলা! কোন তেওঁ?

September 12, 2025 8:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

September 12, 2025 10:39 am
ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

September 12, 2025 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd