• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2025 9:39 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ আসনত বহিবলৈ ওলাইছে অৰেকলৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন। তেওঁ ইলন মাস্কক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰিছে।

ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি বুধবাৰে নিউয়ৰ্কত পুৱা ১০:১০ বজালৈকে এলিছনৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৩৯৩ বিলিয়ন মাৰ্কিন ডলাৰ। সেই সময়ত মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৮৫ বিলিয়ন ডলাৰ। অৰ্থাৎ এলিছনে ৮ বিলিয়ন ডলাৰ আগবাঢ়ি গৈছে।

Apply Now

অৰেকলৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এই উত্থান ঘটিছে। কোম্পানীটোৰ ফলাফল আশা কৰাতকৈ ভাল আছিল। ইয়াৰ উপৰিও আৰু বৃদ্ধি হ’ব বুলিও কোৱা হৈছে। ইয়াৰ বাবেই এলিছনৰ সম্পত্তি এদিনতে ১০১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। যিটো ব্লুমবাৰ্গ সূচকাংকৰ ইতিহাসত এদিনীয়া সৰ্বাধিক বৃদ্ধি।

৮১ বছৰীয়া লেৰী এলিছন অৰেকল কৰ্প’ৰেশ্যনৰ সহ-প্ৰতিষ্ঠাপক। বৰ্তমান তেওঁ অধ্যক্ষ আৰু মুখ্য প্ৰযুক্তি বিষয়া। তেওঁৰ সম্পত্তিৰ ডাঙৰ অংশ অৰেকলৰ শ্বেয়াৰত সংযুক্ত হৈ আছে।

মঙলবাৰলৈকে এই বছৰ অৰেকলৰ শ্বেয়াৰৰ মূল্য ৪৫ শতাংশ বৃদ্ধি পাইছিল। আৰু বুধবাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ই আৰু ৪১ শতাংশ বৃদ্ধে পায়। কোম্পানীটোৰ অভূতপূৰ্ব সফলতাৰ কাৰণ হৈছে বুকিংৰ বৃহৎ বৃদ্ধি আৰু ক্লাউড আন্তঃগাঁথনি ব্যৱসায়ৰ বাবে আক্ৰমণাত্মক দৃষ্টিভংগী বুলি ধাৰণা কৰা হৈছে। এইটোৱেই হৈছে অৰেকলৰ ইতিহাসত এদিনীয়াকৈ শ্বেয়াৰৰ মূল্যৰ আটাইতকৈ ডাঙৰ উত্থান।

আনহাতে, টেছলাৰ শ্বেয়াৰ চলিত বৰ্ষত ১৩ শতাংশ হ্ৰাস পোৱা বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছে। মাস্কৰ আয় সেয়েহে কমিছে। যদিও শেহতীয়াকৈ টেছলাৰ ব’ৰ্ডে তেওঁৰ বাবে এক বিশাল পে পেকেজৰ প্ৰস্তাৱ দিছিল। সফল হ’লে তেওঁ হ’ব পাৰে বিশ্বৰ প্ৰথম ট্ৰিলিয়নাৰ।

উল্লেখ্য যে ২০২১ চনত প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনৰ আসনত বহিছিল ইলন মাস্ক। পিছলৈ আমাজনৰ জেফ বেজোছ আৰু এলভিএমএইচৰ বাৰ্নাৰ্ড আৰ্নাল্টে তেওঁক চেৰ পেলাইছিল। যোৱা বছৰ পুনৰ শীৰ্ষ স্থানলৈ উভতি আহিছিল মাস্ক। তেওঁ ৩০০ দিনতকৈও অধিক সময় ধৰি আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ ধৰি ৰাখিছিল। এইবাৰ লেৰী এলিছনৰ হাতত সেইটো হেৰুৱালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd