• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুপ্ৰৱেশকাৰীয়ে টালি-টোপোলা বান্ধক, সময়সীমা ঘোষণা শ্বাহৰ

নাগৰিকত্ব বিধেয়কক লৈ উত্তৰ-পূবত আন্দোলনৰ মাজতে ঝাৰখণ্ডত নিৰ্বাচনী সভাত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2019 8:13 pm
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433 Amit Shah declares deadline for expelling 'every infiltrator' from India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিত শ্বাহে সোমবাৰে ভাৰতৰ পৰা প্ৰতিগৰাকী অনুপ্ৰৱেশকাৰীক “বহিষ্কাৰ”ৰ সময়সীমা ঘোষণা কৰিছে।

লগতে পঢ়ক– কাণত মদ ঢালক আৰু মগজ বচাওক: কৰ্নেল ইউনিভাৰ্চিটি ষ্টাডি

Apply Now

প্ৰধান মন্ত্ৰী মোদীৰ বহুচৰ্চিত ’১৪ৰ নিৰ্বাচনী আশ্বাস “১৬ মে’”ৰ বিপৰীতে শ্বাহঘোষিত অন্তিম সীমা হৈছে ২০২৪ চন।

২০২৪ চনত হ’ব লগা দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই কাম সম্পন্ন কৰা হ’ব আৰু তাৰ বাবে সমগ্ৰ দেশজুৰি কৰা হ’ব এন আৰ চি।

লগতে পঢ়ক–  মোদীৰ লক্ষ্য উত্তৰ-পূবত অধিক জাপানী বিনিয়োগ

“আজি মই আপোনালোকক ক’ব খোজো যে ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে দেশজুৰি এন আৰ চি কৰা হ’ব আৰু প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কাৰ কৰা হ’ব,” আগন্তুক ঝাৰখণ্ড বিধান সভা নিৰ্বাচনৰ এক সভাত বিজেপি সভাপতিগৰাকীয়ে কয়।

এন আৰ চিক লৈ দেশৰ গৃ্হ মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কৰা মন্তব্যই খুব চৰ্চা লাভ কৰিছিল।

At Public meeting in Baharagora, East Singhbhum, Jharkhand. https://t.co/UjRF1Z80VP

— Amit Shah (@AmitShah) December 2, 2019

অসমতো পুনৰ এন আৰ চি কৰা হ’ব বুলিও এক অস্পষ্ট-ধৰণৰ ঘোষণা শাসক বিজেপি আৰু চৰকাৰে কৰি আহিছে।

অসমত “নতুন এন আৰ চি” কথাটোক লৈ বিভিন্নজনে বিভিন্ন ধৰণে মত প্ৰকাশ কৰি আহিছে।

ভাৰতৰ উচ্চতম ন্যায়ালয় নিৰ্দেশিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো অসমত এতিয়াও চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd