• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫৪ বছৰীয়া পৌঢ়ই নিজকে ‘যুৱক’ বুলি ক’ব খোজে! সংসদত ৰাহুল গান্ধীক ঠাট্টা অমিত শ্বাহৰ

by
December 18, 2024 10:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত সংবিধান সন্দৰ্ভত আলোচনা চলি থকাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত বিৰোধী দলপতি ৰাহুল গান্ধীক কটাক্ষ কৰে। গান্ধীৰ বয়স আঙুলিয়াই দি শ্বাহে কয় যে  ৫৪ বছৰীয়া ব্যক্তিজনে নিজকে ডেকা বুলি দাবী কৰে।

সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদত অনুষ্ঠিত বিতৰ্ক অধিৱেশনত অংশগ্ৰহণ কৰে অমিত শ্বাহে। তাত ভাষণ দি থাকোঁতে গৃহমন্ত্ৰীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।

Apply Now

শ্বাহে কয় – “সংবিধানৰ ভুৱা কপি লৈ ঘূৰি ফুৰা বুলি মানুহে গম পোৱাৰ বাবেই কংগ্ৰেছে নিৰ্বাচনত পৰাস্ত হৈছিল।”

তাৰ পাছত ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে শ্বাহে কয়, “যুৱ বুলি দাবী কৰা ৫৪ বছৰীয়া নেতাই হাতত সংবিধান লৈ ঘূৰি ফুৰে আৰু বিজেপিয়ে সংবিধান সলাব খোজা বুলি দাবী কৰে। মই তেওঁলোকক জনাব বিচাৰো যে সংবিধান সলনি কৰাৰ ব্যৱস্থা সংবিধানত আছে।”

এই সন্দৰ্ভত সংবিধানৰ ৩৬৮ নং অনুচ্ছেদৰ কথা উল্লেখ কৰি শ্বাহে কয় যে এই দফাটোৱেই হৈছে সংবিধানৰ সংশোধনীৰ ব্যৱস্থা।

পুনৰ কংগ্ৰেছ আক্ৰমণৰ লক্ষ্য কৰি শ্বাহে কয় – কংগ্ৰেছে কেন্দ্ৰত ক্ষমতাত থকাৰ সময়ত সংবিধানত যিমান সংশোধনী কৰিছিল তাতকৈ বিজেপিয়ে কমকৈ সংবিধান সংশোধনী কৰিছে। বিজেপিয়ে ১৬ বছৰৰ শাসনকালত সংবিধানত ২২টা সংশোধনী কৰিলে। আনহাতে, কংগ্ৰেছে ৫৫ বছৰৰ শাসনকালত সংবিধানৰ ৭৭টা সংশোধনী কৰিছিল। ইন্দিৰা গান্ধীৰ দিনত কংগ্ৰেছে অনা পৰিৱৰ্তনক লৈ প্ৰশ্ন উত্থাপন কৰি শ্বাহে কয়, এই পৰিৱৰ্তনৰ উদ্দেশ্য কি আছিল, গণতন্ত্ৰক শক্তিশালী কৰা নে ক্ষমতাত থকাৰ লোভ?

মন কৰিবলগীয়া যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে বাৰে বাৰে সংবিধানৰ প্ৰতিলিপি হাতত লৈ থকা দেখা গৈছিল। কিন্তু পিছত দেখা গ’ল যে ৰাহুল গান্ধীয়ে লৈ ফুৰা সংবিধান খনৰ ভিতৰত কেৱল খালী কাগজহে আছিল।

কেৱল সেয়াই নহয়, সংসদত কংগ্ৰেছক আক্ৰমণ কৰিবলৈ আম্বেদকাৰৰ বিষয়টোও উত্থাপন কৰিলে শ্বাহে। তেওঁ কয়, ‘আম্বেদকাৰ’ শব্দটো কংগ্ৰেছৰ বাবে ফেশ্বনেবল হৈ পৰিছে। শব্দত তেওঁলোকে কয় আম্বেদকাৰ, আম্বেদকাৰ কিন্তু বাস্তৱত তেওঁলোকৰ হৃদয়ত আম্বেদকাৰৰ অস্তিত্ব নাই।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd