• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচ বছৰত নহ’ল, অসমক ‘বানমুক্ত’ কৰাৰ বাবে আৰু ৫ বছৰ সময় বিচাৰিলে অমিত শ্বাহে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 10:30 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠিক পাঁচ বছৰৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। সেই সময়ত তেওঁ আশ্বাস দিছিল যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমক ‘বানমুক্ত’ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷

তেওঁ কৈছিল, ‘বিজেপিক আৰু পাঁচ বছৰ দিয়ক, ইয়াত আৰু কেতিয়াও বানপানী নহ’ব৷ বিজেপি পুনৰ ক্ষমতালৈ আহিল, আৰু পাঁচ বছৰ পাৰ হৈ গ’ল৷ কিন্তু উত্তৰ-পূব ভাৰতৰ এই বৃহত্তম ৰাজ্যখনৰ বান সমস্যা এতিয়াও সমাধান হোৱা নাই।

Apply Now

তাৰ মাজতে দুৱাৰত টোকৰ মাৰিছে বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে শুকুৰবাৰে কাছাৰত এখন ৰাজহুৱা সভাত শ্বাহে কয় যে, ‘বিগত দহ বছৰত বিজেপিয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিছে। অহা পাঁচ বছৰত এই ৰাজ্যখনক ‘বানমুক্ত’ কৰা হ’ব।’

গৃহমন্ত্ৰীৰ এই বক্তব্যৰ পিছত প্ৰশ্ন উত্থাপন হৈছে, তেন্তে যোৱা পাঁচ বছৰত অসমৰ বিজেপি চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে কি কৰিলে? এই ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু পাঁচ বছৰৰ সময় বিচাৰিছে নেকি?

অৱশ্যে কেৱল শ্বাহেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যোৱা সপ্তাহত অসম ভ্ৰমণ কৰি বিজেপিক বিদেশীমুক্ত অসম গঢ়াৰ বাবে আৰু পাঁচ বছৰৰ সময় দিব লাগে বুলি মন্তব্য কৰে। কিন্তু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিয়ে দাবী কৰিছিল যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে অসম বিদেশী বিশেষকৈ বাংলাদেশীমুক্ত কৰা হ’ব।

পুনৰ এই অনুপ্ৰৱেশ বিষয়ত কংগ্ৰেছক আক্ৰমণ কৰিছে শ্বাহে। তেওঁ দাবী কৰে যে কংগ্ৰেছে দেশৰ সকলো সীমান্ত মুকলি কৰি ৰাখিছিল। ফলত অসমত মুক্ত অনুপ্ৰৱেশ ঘটিছিল। অনুপ্ৰৱেশৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ফলপ্ৰসূ ভূমিকা পালন কৰিছে।

শ্বাহে লগতে অভিযোগ কৰে যে অসমত কংগ্ৰেছৰ শাসন কালত কাছাৰত কোনো ধৰণৰ উন্নতি হোৱা নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ পৰাই কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd