DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউন ৫.০ : সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সৈতে কথা পাতিলে অমিত শ্বাহে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 8:47 am
Amit-Shah_Home-Minister-770x433 new

গৃহ মন্ত্ৰী অমিত শ্বাহ।

15.4k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে লকডাউন-৪ৰ ওপৰত সকলো ৰাজ্যৰে মুখ্য মন্ত্ৰীসকলৰ সৈতে কথা পাতে।

তেওঁ চলি থকা লকডাউন-৪ সম্পৰ্কত মুখ্য মন্ত্ৰীসকলৰ মতামত গ্ৰহণ কৰে।

গৃহ মন্ত্ৰী শ্বাহে ৩১ মে’ত অন্ত পৰিবলগীয়া লকডাউন-৪ৰ পাছৰ লকডাউন সম্পৰ্কে চিন্তা-চৰ্চা জানিব বিচাৰে।

দেশত ৫.০ লকডাউন ঘোষণা কৰা হ’ব নে নাই তাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

চৰকাৰে লকডাউন ৫.০ৰ সম্পৰ্কে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।

৩১ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত এই সম্পৰ্কে স্পষ্ট কৰিব বুলি অনুমান কৰা হৈছে।

সূত্ৰসমূহৰ মতে, দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত হৈছে।

চৰকাৰে অধিক শিথিলতা আনি অৰ্থৈনিতক ব্যৱস্থা উন্নত কৰি তোলাৰ চেষ্টা চলোৱা দেখা গৈছে।

সূত্ৰসমূহৰ মতে, লকডাউন ৫.০ত কৰ’না সংক্ৰমণ একেৰাহে বৃদ্ধি পাই থকা ১১খন চহৰত লকডাউনৰ কঠোৰ নিয়ম বলবৎ থাকিব।

গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য মন্ত্ৰীসকলৰ সৈতে বৃহস্পতিবাৰে লকডাউন বৃদ্ধিৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে কথা পাতে।

মুখ্য মন্ত্ৰীসকলৰ পৰা তেওঁ নিজ নিজ ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কে অৱগত হোৱাৰ লগতে পৰৱৰ্তী পদক্ষেপ সম্পৰ্কত তেওঁলোকৰ মতামত গ্ৰহণ কৰে।

Tags: COVID-19

Recent News

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Gandhi Jayanti 2023:  জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd