• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মিজোৰামত CABক লৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল অমিত শ্বাহ

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , October 5, 2019 7:22 pm

2 min read

মিজোৰামত CABক লৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল অমিত শ্বাহ
1.8k
VIEWS
Share on FacebookShare on Twitter

সততে নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB) আনিব বুলি সদম্ভ ঘোষণা কৰি অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে মিজোৰামত CAB সন্দৰ্ভত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল।

মিজোৰামৰ ৰাজধানী আইজলত নৰ্থ-ইষ্ট কাউঞ্চিলে আয়োজন কৰা ‘উত্তৰ-পূব হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শনী’ উদ্বোধনৰ উদ্দেশ্যে আজি অমিত শ্বাহ আইজলত উপস্থিত হয়।

উল্লেখযোগ্য যে গৃহ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত এইটো অমিত শ্বাহৰ প্ৰথম উত্তৰ-পূব ভ্ৰমণ। আনহাতে মিজোৰামত উপস্থিত হৈ তেওঁ CAB বিৰোধী বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হয়।

বিভিন্ন ছাত্ৰ সংগঠন, নাগৰিক সমাজকে ধৰি ৰাজ্যখনৰ বিধেয়ক বিৰোধী জনসাধাৰণে ৰাজপথলৈ উলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মিজো জিৰ্লাই পল (MZP)এ CABৰ বিৰোধিতাত মিজোসকলে সাধাৰণতে শৱযাত্ৰাৰ সময়ত পিন্ধা ক’লা কাপোৰ পিন্ধী প্ৰতিবাদত জনায়।

আনহাতে নিজৰ ভাষণত গৃহ মন্ত্ৰী গৰাকীক CAB আৰু NRCক লৈ কোনোধৰণৰ মন্তব্য দিয়া দেখা নগ’ল। ইয়াৰ পৰিৱৰ্তে তেওঁৰ ভাষণত কেৱল কেন্দ্ৰীয় চৰকাৰৰ ‘বিকাশৰ এজেণ্ডাই’ স্থান পায়।

তেওঁ কয়, ‘হস্তশিল্পই উত্তৰ-পূবত নিয়োগৰ যথেষ্ট সুযোগ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ উন্নয়ণ আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে’।

‘নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কালত, বাঁহগছক পৰিৱেশ সংক্ৰান্তিয় কাৰণত কটাত নিষেধাজ্ঞা থকা গছসমূহৰ তালিকাৰ পৰা ৰেহাই দিয়া হৈছিল। এই সিদ্ধান্তৰ দ্বাৰা চৰকাৰে হস্তশিল্প থণ্ডত বাঁহৰ সুলভতা বৃদ্ধি কৰিলে’ তেওঁ কয়।

অহা ২০২১ চনৰ ভিতৰত আইজলক ব্ৰডগজ ৰেইলৱেৰ দ্বাৰা সংযোগ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘মিজোৰামত, যোৱা ৫টা বছৰত একাধিক বিকাশৰ আঁচনি গ্ৰহণ কৰা হৈছে, ইয়াৰ ভিতৰত ৬০ মেগাৱাট টুইৰিয়াল জল-বিদ্যুৎ প্ৰকল্প অন্যতম।’

পূৰ্বৰ ইউ পি এ চৰকাৰৰ প্ৰসংগ উত্থাপন কৰি শ্বাহে কয় যে ত্ৰয়োদশ বিত্ত আয়োগৰ সময়ত মিজোৰামক ১৯.৯৭০ কোটি টকা আবণ্টন কৰা হৈছিল, আনহাতে চতুৰ্দশ বিত্ত আয়োগৰ সময়ত মোদী চৰকাৰে মিজোৰামৰ বিকাশৰ বাবে ৪২.৯৭০ কোটিতকৈ অধিক টকা খৰচ কৰিছে।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd