• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেম্পেইন আৰম্ভ : ২৪ ৰ লোকসভাত বিজেপিক ভোট দিবলৈ আহ্বান অমিত শ্বাহৰ

"আমি সকলোৱে মিলি নৰেন্দ্ৰ মোডী জীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিম। মোৰ বিশ্বাস যে এইবাৰ প্ৰতিখন লোকসভাৰ আসনত বিজেপিৰ পদুম ফুলি উঠিব।" –ভাষণত এইদৰে ক’লে গৃহমন্ত্ৰী গৰাকীয়ে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 29, 2023 5:53 pm
89
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

মোডী চৰকাৰে কৰা উন্নয়নৰ আধাৰত নৰেন্দ্ৰ মোডীক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনাই ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে। হাৰিয়ানাৰ শোনিপট জিলাৰ গোহানা চহৰত শ্বাহৰ ৰাজহুৱা অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বেয়া বতৰৰ বাবে উপস্থিত থাকিব নোৱাৰিলে অমিত শ্বাহে।

অৱশ্যে নিজে উপস্থিত থাকিব নোৱাৰিলেও ফোনযোগে চমু ভাষণ প্ৰদান কৰি হাৰিয়ানাৰ জনসাধাৰণক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনালে অমিত শ্বাহে।

“আমি সকলোৱে মিলি নৰেন্দ্ৰ মোডী জীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিম। মোৰ বিশ্বাস যে এইবাৰ প্ৰতিখন লোকসভাৰ আসনত বিজেপিৰ পদুম ফুলি উঠিব।” –ভাষণত এইদৰে ক’লে গৃহমন্ত্ৰী গৰাকীয়ে।

সমাৱেশত ৰাইজৰ সৈতে হোৱা কথা-বতৰাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰে যে বেয়া বতৰৰ বাবে হেলিকপ্টাৰক উৰণৰ অনুমতি নিদিয়াৰ বাবে শ্বাহ আহিব নোৱাৰিলে। গতিকে কেন্দ্ৰীয় গৃ্হমন্ত্ৰীক ফোনযোগে সভাক সম্বোধন কৰিবলৈ পৰামৰ্শ দিয়ে খট্টৰে।

এইদৰে এতিয়াৰ পৰাই ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। আনহাতে আন আন বিৰোধী ৰাজনৈতিক শক্তি সমূহেও নিজকে প্ৰস্তুত কৰিছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ বাবে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd