• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামিহাড় ভাঙিল! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন; ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙত ঘটিল অঘটন

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 6, 2023 12:55 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন! হায়দৰাবাদত তেওঁৰ আহিবলগীয়া ছবি ‘প্ৰজেক্ট কে’ৰ ছেটত দৃশ্যগ্ৰহণ কৰাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হয়।

বলীউডৰ ‘শ্বাহেনশ্বাহে’ নিজেই অনুৰাগীসকলক খবৰটো দিছে। ব্লগত তেওঁ লিখিছে যে তেওঁ আগৰ তুলনাত বহুত ভাল পাইছে। তেওঁ ঘৰতে জিৰণি লৈ আছে।

উল্লেখ্য যে ১৯৭০ ৰ দশকত তেওঁ ‘কুলি’ৰ ছেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়ত তেওঁৰ জীৱনলৈ সংশয় নামি আহিছিল।

লগতে পঢ়ক: পুত্ৰ-বোৱাৰীৰ ওপৰত বিৰক্ত; যোগ্য নহয় কন্যাও! সমস্ত সম্পত্তি ৰাজ্যপালক দান কৰিলে বৃদ্ধ কৃষকে

তেওঁ ব্লগত লগতে লিখিছিল, “হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ দৃশ্যগ্ৰহণৰ সময়ত, একচন দৃশ্যত আঘাতপ্ৰাপ্ত হৈছো।”…কামিহাড়ৰ কাৰ্টিলেজ ভাঙি গৈছে। আৰু সোঁফালে কামিহাড়ৰ পেশী ফাটি গৈছে। বৰ্তমানৰ বাবে দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে। হায়দৰাবাদৰ এআইজি চিকিৎসালয়ত এটা চিটি স্কেন কৰা হৈছে। মই ঘৰলৈ উভতি যাবলৈ ওলালো। ষ্ট্ৰেপিং কৰা হৈছে আৰু বিশ্ৰামৰ পৰামৰ্শ দিয়া হৈছে। শৰীৰত যথেষ্ট বিষ। লৰচৰ আৰু উশাহ-নিশাহত অসুবিধা পাইছো।। চিকিৎসকসকলে কৈছে যে আৰোগ্য হ’বলৈ কেইসপ্তাহমান লাগিব। বিষ কমাবলৈ কিছুমান ঔষধ দিয়া হৈছে।‘’

আঘাতৰ বাবে, বিগ বি-ৰ সকলো কাম বৰ্তমান স্থগিত কৰা হৈছে। জানিব পৰা মতে, তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ পিছতহে ছেটলৈ ঘূৰি আহিব। বলীউডৰ সংবাদ মাধ্যমৰ মতে, অমিতাভ বৰ্তমান ‘জলসা’ত জিৰণি ল’ব। ম’বাইলত সকলো যোগাযোগ থাকিব। চিকিৎসকসকলে তেওঁক নিৰন্তৰ বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।

অৱশ্যে, বিগ বি এই ব্যৱস্থাত সুখী নহয়। প্ৰত্যেক ৰাতিপুৱা আৰু সন্ধিয়া অনুৰাগীসকল জলসাৰ গেটৰ সন্মুখত একত্ৰিত হয়। তেওঁ তেওঁলোকক নিয়মীয়াকৈ লগ পায়। এইটো কেইবাদিনো বন্ধ হৈ আছে। ইয়াৰ বাবে মন বেয়া অমিতাভৰ।

লগতে পঢ়ক: Global Warming: দক্ষিণ মেৰু সাগৰত বৰফ গলাৰ ৰেকৰ্ড! ডাঙৰ বিপদৰ আশংকা বিজ্ঞানী মহলৰ

‘প্ৰজেক্ট কে’ সম্পৰ্কে সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত যথেষ্ট আগ্ৰহ আছে। এই বছৰৰ আটাইতকৈ বিগ বাজেটৰ ছবি। অমিতাভৰ উপৰিও ছবিখনত দীপিকা পাডুকন, দিশা পাটানিকে ধৰি আন বহুতে অভিনয় কৰিছে। ছবিখনত অমিতাভক মুখ্য চৰিত্ৰত দেখা যাব।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd