• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আমুল”ৰ বোকোচাত উঠি ভাৰতৰ বজাৰলৈ উটৰ গাখীৰ; বিক্ৰী হৈছে “গাই”ৰ গাখীৰতকৈ অধিক দামত

উটৰ গাখীৰক লৈ ছ'চিয়েল মিডিয়া য়ুজাৰৰ বিভিন্ন ব্যংগ আৰু কটাক্ষ আমুল কোম্পানিক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2019 6:14 pm
Camel Milk
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমুল”ৰ বোকোচাত উঠি এইবাৰ উটৰ গাখীৰ ভাৰতৰ বজাৰলৈ আহিছে গাইৰ গাখীৰৰ সৈতে ফেৰ মাৰিবলৈ।

এই বছৰৰ আৰম্ভণিতেই গুজৰাটৰ তিনিখন চহৰত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই প্ৰডাক্ট এতিয়া আমুলে দেশৰ বিভিন্ন কোণলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।

Apply Now

আমুল এটা সমবায় ভিত্তিক কোম্পানি আৰু ১৯৫৬ চনতে আনুষ্ঠানিকভাৱে স্থাপন কৰা এই কোম্পানিটোৰ মুখ্য কাৰ্য্যালয় আছে গুজৰাটৰ আনন্দ জিলাত।

কোম্পানিটোৰ গোটেই ভাৰতজুৰি গাখীৰ আৰু গাখীৰজাত খাদ্যদ্ৰব্যৰ বৃহৎ বজাৰ আছে।

উটৰ গাখীৰৰ গোটেই বিশ্বতে চাহিদা আছে যদিও ভাৰতীয় কোম্পানিটোৱে উটৰ গাখীৰ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্ত এয়ে প্ৰথম।

ইয়াৰ আগলৈকে আমুলে ঘাইকৈ গৰু আৰু ম’হৰ গাখীৰ আৰু সেইবোৰৰ পৰা উৎপাদিত বিভিন্ন খাদ্যদ্ৰব্যৰহে ব্যৱসায় কৰি আহিছিল।

কোম্পানিটোৱে উটৰ গাখীৰৰ দুটা জোখৰ বটল গ্ৰাহকৰ বাবে এৰি দিছে। তাৰে এটা ৫০০ মিলিলিটাৰৰ (দাম ৫০ টকা) আৰু আনটো ২০০ মিলিলিটাৰৰ (২৫ টকা)।

উটৰ গাখীৰৰ এটা বিজ্ঞাপনত কোম্পানিটোৱে লিখা দেখা যায় এইদৰে,- “Introducing Camel milk for better health management”.

ইয়াৰ লগতে উটৰ গাখীৰ প্ৰ’টিনৰ দৰে প্ৰাকৃতিক ইনছুলিনৰ উৎস বুলিও কোৱা হৈছে।

স্বাস্থ্য আৰু পৰিপুষ্টি সম্পৰ্কীয় প্ৰতিবেদনবোৰে দাবী কৰা মতে, উটৰ গাখীৰ কেলৰি, প্ৰ’টিনৰ ক্ষেত্ৰত গাইৰ গাখীৰৰ সৈতে প্ৰায় একে যদিও ইয়াত অধিক পৰিমাণে ভিটামিন চি আৰু বি আছে। লগতে কেলচিয়াম, আইৰন আৰু পটেছিয়াম অধিক পৰিমাণত আছে। গাইৰ গাখীৰতকৈ ইয়াত সংপৃক্ত চৰ্বি (saturated fat, অধিক পৰিমাণে ফেটি এচিড থকা চৰ্বি আৰু স্বাস্থ্যনুকূল নহয়) কম আছে, যিটোৰ বাবেও গাইৰ গাখীৰতকৈ ইয়াক অধিক স্বাস্থ্যসন্মত বুলিব পাৰি।

উটৰ গাখীৰক lactose free গুণৰ বাবেও আটাইবোৰ গাখীৰৰ তুলনাত অধিক গ্ৰহণযোগ্যতাৰে চোৱা হয়। এইবোৰ তুলনামমূলক ভাল গুণৰ বাবে বিশ্বৰ বজাৰত ইয়াৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছে।

সাধাৰণতে আৰব বিশ্বত জনপ্ৰিয় উটৰ গাখীৰক ভাৰতৰ গাই পূজা কৰা সমাজে কেনেভাৱে লয় সেয়া লক্ষণীয় হ’ব।

অৱশ্যে ইতিমধ্যে ইয়াক লৈ ভাৰতীয় ছ’চিয়েল মিডিয়া য়ুজাৰে ইতিপূৰ্বে হাস্য-ব্যংগৰ ধল সৃষ্টি কৰিছেই। আমুলৰ টুইটাৰ পোষ্ট এটাৰ উত্তৰত এজনৰ টিপ্পনী- ইয়াৰ নাম Camul Milk দিব পৰা গ’ল হেঁতেন, নহয় নে?

আন এজনৰ প্ৰশ্ন, “ইয়াৰ পিছত কি? ছাগলীৰ নে গাধৰ?”

“মই ভাবো মুছলমান সমাজে এইটো ভাল পাব”, আন এজনৰ মন্তব্য টুইটাৰত।

“Sickular drink”, চমু বাক্যৰে আন এজনৰ কটাক্ষ।

আন এজনে ইয়াক অস্পৃশ্য জ্ঞান কৰি লিখিছে, “Go and sell it to the camel litter. We don’t touch such polluted stuff. Go appease the peacefuls”.

অৱশ্যে কিছু সংখ্যকে ইয়াৰ স্বাস্থ্যৰ উপকাৰিতাৰ কথা উল্লেখ কৰিছে আৰু আন কিছুমানে ক’ত পোৱা যাব সুধিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd