• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধিবক্তা হাজিৰ হওক বা নহওক, ৰায় দিবই লাগিব : উচ্চতম ন্যায়ালয়

অধিবক্তাৰ মাছুল দিবলৈ অপাৰগ দুখীয়া লোকৰ বাবে সৰ্বোচ্চ ন্যায়ালৰ সকাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 12:40 pm
supreme-court_of_India-570x320-750x375-1

উচ্চতম ন্যায়ালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰাধ গোচৰত শাস্তিৰ বিৰুদ্ধে আবেদন দাখিলৰ পাছত যদি অভিযুক্ত তথা প্ৰতিপক্ষৰ অধিবক্তা হাজিৰ নাথাকে তেতিয়াহ’লেও আবেদন খাৰিজ নকৰি ইয়াক মেৰিটৰ ওপৰত বিচাৰ কৰি ৰায় দিব লাগিব।

উচ্চতম ন্যায়ালয়ে অলপতে দিয়া এই ৰায়ে সেই সাধাৰণ দুখীয়া লোকসকলক সকাহ দিলে যিসকলৰ অধিবক্তা নিয়োগ কৰাৰ সামৰ্থ্য নাথাকে।

Apply Now

এতিয়া তেওঁলোকৰ কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা আবেদনৰ ওপৰতে শুনানি গ্ৰহণ কৰা হ’ব।

উচ্চতম ন্যায়ালয়ে ৰায় দান কৰি সকলো উচ্চ ন্যায়ালয়কে এই নিৰ্দেশ দিছে।

সৰ্বোচ্চ ন্যায়ালয়ে লগতে এই নিৰ্দেশৰ সৈতে এটা গোচৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়লৈ বিষয়টো পুনৰ মেৰিটৰ ওপৰত বিচাৰ কৰিবলৈ ঘুৰাই পঠায়।

ন্যায়াধীশ আৰ এফ নৰীমনৰ নেতৃত্বৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে লগতে যোৱা ১১ বছৰে কাৰাগাৰত থকা অভিযুক্তগৰাকীৰ জামিনো মঞ্জুৰ কৰে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰে যে উচ্চ ন্যায়ালয়ে অভিযুক্ৰ পক্ষৰ অধিবক্তাৰ অনুপস্থিতিত আবেদন মেৰিটৰ ওপৰত বিচাৰ নকৰাকৈ খাৰিজ কৰিব নোৱাৰে।

আনহাতে, যদি দুয়োপক্ষৰে অধিবক্তা অনুপস্থিত থাকে তথাপিও আদালতে গোচৰ স্থগিত কৰিবলৈ বাধ্য নহয়।

উচ্চতম ন্যায়ালয়ে কয় যে আদালতে গোচৰৰ দোষ-গুণৰ আধাৰত বিচাৰ কৰিব আৰু ট্ৰায়েল কোৰ্টৰ সিদ্ধান্ত চালিজাৰি চাই গোচৰৰ নিষ্পত্তি কৰিব।

যদি অভিযুক্ত কাৰাগাৰত বন্দী হৈ থাকে আৰু তেওঁৰ অধিবক্তা উপস্থিত নহয় তেতিয়াহ’লে আদালতে অভিযুক্তক উপস্থিত হ’বলৈ সুযোগ দিব আৰু গোচৰ স্থগিত ৰাখিব।

আদালতে লগতে অধিবক্তা উপস্থিত নহ’লে ৰাজ্য চৰকাৰৰ খৰচত অধিবক্তা নিযুক্ত কৰিব পাৰে।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে অপৰাধ গোচৰত অভিযুক্তৰ ভাষ্য নুশুনাকৈ সিদ্ধান্ত ল’ব নোৱাৰি বুলি কৈ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

উচ্চ ন্যায়ালয়খনে চুকুৰ আলী গোচৰৰ উল্লেখ কৰে য’ত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কৈছিল যে অভিযুক্তৰ ভাষ্য নুশুনাকৈ ৰায় দিব পৰা নাযায়।

কিন্তু বিচাৰপীঠখনে কয় যে বনী সিং গোচৰ বৃহৎ বিচাৰপীঠৰ সিদ্ধান্ত আৰু ই চুকুৰ আলীৰ ক্ষেত্ৰত দিয়া সিদ্ধান্তক খাৰিজ কৰি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd