• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভাষা-সাহিত্য

গ্ৰন্থ আলোচনা : শুকুৰাম দাসৰ “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?”

প্ৰমোদ বৰা by প্ৰমোদ বৰা
March 7, 2024 8:39 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘকাল ওকালতি আৰু প্ৰাকৃতিক চিকিৎসাৰ সৈতে জড়িত প্ৰয়াত শুকুৰাম দাসৰ সদ্য প্ৰকাশিত “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ” কিতাপখন পঢ়িলো। নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ  স্বৰ্গীয় দুৰ্গাৰাম দাস আৰু দাখৰী দাসৰ জ্যেষ্ঠ সন্তান শুকুৰাম দাস পেচাত এগৰাকী অধিবক্তা আৰু প্ৰাকৃতিক চিকিৎসক। দুৰাৰোগ্য কৰ্কট ৰোগৰ পৰা মানুহে কেনেদৰে আৰোগ্য লাভ কৰিব পাৰে বনৌষধিৰে, সেই সাধনাতেই তেওঁ জীৱনৰ সৰহখিনি সময় পাৰ কৰিছিল। বনৌষধিৰে চিকিৎসা কৰি শুকুৰাম দাসে বহুতো কেঞ্চাৰ ৰোগীক সুস্থ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই বনৌষধিক ইতিমধ্যে ভাৰত চৰকাৰৰ National Biodiversity Authority য়ে স্বীকৃতি দিছে আৰু শুকুৰাম দাসে কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলি প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট আৰু কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলিও প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট কেঞ্চাৰ ঔষধ আৱিষ্কাৰৰ ঘোষণা সম্প্ৰতি কেবিনেটৰ টেবুলত পৰি আছে। জীৱনজোৰা সাধনাৰ ফলত লক্ষত উপনীত হোৱাৰ সময়তে এইগৰাকী প্ৰাকৃতিক চিকিৎসকৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেখেতে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ আৰু এই সম্পকীয় তিতা মিঠা অভিজ্ঞতাৰে “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?” শীৰ্ষক কিতাপখন যুগুত কৰে যদিও হঠাতে তেখেতৰ মৃত্যু হোৱাত তেখেতে কিতাপখন চপা অৱস্থাত দেখা নাপালে। তেখেতৰ মৃত্যুৰ পিছত নগাঁৱৰ “ৰণাংগণ প্ৰকাশনে” কিতাপখন প্ৰকাশ কৰা উলিয়ায়। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ অতি বেছি। শুকুৰাম দাসৰ এই কিতাপখনে মানুহৰ মনৰ পৰা এই ৰোগৰ প্ৰতি থকা শংকাভাৱ দূৰ কৰিব। ৭২ পৃষ্ঠাৰ এই কিতাপখনৰ মূল্য ২৫০ টকা মাত্ৰ।

প্ৰমোদ বৰা
কামপুৰ, নগাঁও
ফোন – ৬০০৩৪ ২১৯৯০

Apply Now
প্ৰমোদ বৰা

প্ৰমোদ বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd