• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্ণাটকত ৰে’লৰ পৰা পৰি আঘাতপ্ৰাপ্ত বড়ো যুৱক; ৰাস্তাতে পৰি আছে বিগত দুদিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 6:16 pm

1 min read

Karnatak Story

কৰ্ণাটকত ৰে'লৰ পৰা পৰি যোৱা যুৱকজন

3.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ বাবে লকডাউন ঘোষণা কৰাৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা যুৱক-যুৱতী সকল নিজৰ জন্মস্থানলৈ উভতি আহিছে।

কৰ্ণাটকৰ বাংগালুৰুৰ পৰা ৰে’লেৰে উভতি আহি থকা অৱস্থাত এগৰাকী বড়ো যুৱক শ্ৰীকাকুলাম ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা পৰি যায় বুলি স্পুৰ্থি কলিপাক্কা নামাৰ নামৰ এগৰাকী যুৱতীয়ে আজি নিজৰ টুইটাৰ যোগে শ্বেয়াৰ কৰিছে।

.@AndhraPradeshCM #UrgentHelp
An Assamese-Bodo labourer who was panic travelling from Bangalore fell down near Srikakulam railway station from train. He is injured & on the streets for last 2 days. Rly stn staff and local police not helping. He speaks only bodo. HELP! pic.twitter.com/XtFCopuGvn

— Spurthi kolipaka #WomensCommissionMatters (@SpurthiKolipaka) March 25, 2020

যুৱকজনে ৰে’লৰ পৰা পৰি যোৱাৰ পাছত আঘাতপ্ৰাপ্ত হৈছে আৰু বিগত দুদিন ধৰি ৰাস্তাতে পৰি আছে বুলি উল্লেখ কৰি যুৱতী গৰাকীয়ে ৰে’ল কৰ্তৃপক্ষ আৰু স্থানীয় আৰক্ষী কোনেও যুৱকজনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি উল্লেখ কৰে।

অৰ্থাৎ বড়ো যুৱকজন ২৩ মাৰ্চতে চলন্ত ৰে’লৰ পৰা পৰি গৈছিল।

আনহাতে, যুৱকজনৰ লগত থকা আধাৰকাৰ্ডৰ পৰা যুৱকজনৰ নাম মেপাল বসুমতাৰী বুলি জানিব পৰা গৈছে।

Recent News

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd