• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙত অর্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট স্থাপন কৰিব আইবিএছডিয়ে

সভাপতি ছামম by সভাপতি ছামম
December 5, 2018 7:16 pm
Stone
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান নামৰ ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙত এটা সৰ্বাধুনিক অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট স্থাপন কৰিবলৈ আগবাঢ়িছে।

শ্বিলঙত অৰ্কিডেৰিইয়ামটোৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই কয় যে এয়া মেঘালয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি। নিজৰ ভাষণত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বত হলেণ্ড হৈছে সৰ্বাধিক  অৰ্কিড উৎপাদনকাৰী দেশ। ইয়াৰ পাছতেই স্থান হৈছে থাইলেণ্ডৰ। তেওঁ আৰু কয় যে জাপান হৈছে আটাইতকৈ অধিক অৰ্কিড আমদানিকাৰী দেশ। মুখ্য মন্ত্ৰী ছাংমাই কৈছে যে চৰকাৰৰ ‘মেক ইন মেঘালয়’ অভিযানৰ অধীনত জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে এই উদ্যোগ গ্ৰহণ কৰিছে।

Apply Now

আনহাতে, উপস্থিত সুধীবৃন্দক সম্ভাষণ জনাই জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক দীনবন্ধু ছাহুৱে কয় যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ৮৫০ বিধতকৈও অধিক প্ৰজাতিৰ অৰ্কিড উপলব্ধ কিন্তু সৰ্বাধুনিক প্ৰযুক্তি সমৃদ্ধ অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট যথেষ্ট নাই।

এই কথা মনত ৰাখি জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে মেঘালয়ৰ বিভিন্ন স্থানত অৰ্কিড উৎপাদন গোট স্থাপন কৰিব আৰু ইয়াত যথেষ্ট সংখ্যক নিবনুৱা যুৱক-যুৱতী, মহিলা আৰু কৃষকক অৰ্কিড উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইয়াৰ দ্বাৰা অকল মেঘালয়তেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই এটা অৰ্কিড-ভিত্তিক বায়-এণ্ট্ৰেপ্ৰিনিউৰশ্বিপ গঢ়ি তোলা হ’ব। সঞ্চালকগৰাকীয়ে মুখ্য মন্ত্ৰীগৰাকীক অনুৰোধ জনায় যাতে ৰাজ্যখনৰ জনসাধাৰণ উপকৃত হ’ব পৰাকৈ জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে গ্ৰহণ কৰা জৈৱ-সম্পদ ভিত্তিক কাৰ্যসূচী আৰু মূল্য আৰোপিত কাম-কাজত মুখ্য মন্ত্ৰীজনে সহায়তা আগবঢ়ায়।

নিজৰ ভাষণত মেঘালয়ৰ নগৰ পৰিক্ৰমা মন্ত্ৰী  হেমলেটছন ডহলিঙে প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানক অভিনন্দন জনায়। তেওঁ কয় যে এই উদ্যোগে ৰাজ্যখনৰ জৈৱবৈচিত্ৰ সংৰক্ষণ কৰাৰ লগতে সেউজ অৰ্থনীতি সবল কৰিব।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd