• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰক হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 6, 2020 11:13 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হোজাইত শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা আয়োজিত সমন্বয় দিৱসত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

সমন্বয় দিৱসৰ বিশেষ অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।

Apply Now

হোজাইৰ শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি কেশৱ কাকতী আৰু সম্পাদক গজেন হাজৰিকা স্বাক্ষৰিত প্ৰশস্তি পত্ৰত হোজাই মহকুমাত পি শিৱকুমাৰৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে যৌথ বন পৰিচালনা সমিতি গঠন কৰি অভিলেখ সংখ্যক বৃক্ষ ৰোপন কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰাৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰে।

বন বিষয়া গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত হাতত লোৱা বৃক্ষ ৰোপণ আঁচনিৰ সফল ৰূপায়ণৰ বাবেই ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষ মিত্ৰ আৰু কৰ্মশ্ৰী সন্মান ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm
বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd