• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত সন্মুখীন হোৱা সমস্যাক লৈ বক্তব্য ৰখা মহিলাক ফোনযোগে ভাবুকি; দিচপুৰ থানাত এজাহাৰ

"চৰকাৰৰ বিৰুদ্ধে দ্বিতীয়বাৰ ক'লে তোমাৰ দিগদাৰ আছে; মাইকী মানুহ মাইকী মানুহ হৈ থাকিবা"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2020 1:12 pm
WhatsApp Image 2020-07-24 at 12.17.43 PM

ফোনযোগে অচিনাকি ব্যক্তিয়ে ভাবুকি দিয়া তৃষ্ণা নাথ নামৰ মহিলাগৰাকী। ফটো: নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বিৱৰি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত নিজৰ বক্তব্য দিয়া মহিলাক ফোনযোগে ভাবুকি দিছে কোনো অচিনাকি ব্যক্তিয়ে।

মহানগৰীৰ বাঘৰবৰী চানেকি পথৰ তৃষ্ণা নাথ নামৰ মহিলাগৰাকীক চৰকাৰ বিৰোধী মন্তব্য তথা মুখ্য মন্ত্ৰীক সমালোচনা নকৰিবলৈ ভাবুকি দিয়ে।

Apply Now

কালি নিশা প্ৰায় ৯:৩০ বজাত ৬০০০৪৭৪৯০০ নম্বৰৰ পৰা কোনো অচিনাকি কণ্ঠৰ লোকে ভাবুকি দিয়ে তৃষ্ণাক।

“তুমি মানুহ চিনি নোপোৱা, চৰকাৰ বিৰোধী কথা কিয় কৈ আছা? মুখ্য মন্ত্ৰীৰ বিষয়ে কিয় কৈছা তুমি? তোমাৰ ঘৰ ক’ত?  দ্বিতীয়বাৰ চৰকাৰ বিৰোধী কথা নক’বা। চৰকাৰৰ বিৰুদ্ধে দ্বিতীয়বাৰ ক’লে তোমাৰ দিগদাৰ আছে। মাইকী মানুহ মাইকী মানুহ হৈ থাকিবা।” ফোনযোগে এইদৰে কোনো অচিনাকি লোকে ভাবুকি দিয়ে তৃষ্ণাক।

ইতিমধ্যে, কলৰেকৰ্ডিংসহ দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

এজাহাৰ দাখিল কৰি আহি মহিলাগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত কয়, “মই আশা কৰিছো দিচপুৰ আৰক্ষীয়ে এই অচিনাকি লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি মোক ন্যায় প্ৰদান কৰে যেন। মোৰ তিনিটা সন্তানৰ সৈতে মই অকলে থাকো তেনেক্ষেত্ৰত মোৰ নিৰাপত্তা ক’ত?”

WhatsApp Image 2020-07-24 at 12.12.28 PM
দিচপুৰ থানাত মহিলাগৰাকীয়ে দিয়া এজাহাৰখন।

লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ তথা খাটি খোৱা লোকসকল বহু অসুবিধাৰ সন্মুখীন হৈছিল।

“আমাৰ দুখ-দুৰ্দশাৰ কথাবোৰ আমি আমাৰ মুৰব্বী হিচাপে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীকে জনাম। তেনেক্ষেত্ৰত এনেদৰে ভয়-ভাবুকিৰ সন্মুখীন হ’লে আমি কেনেদৰে মনৰ কথাবোৰ প্ৰকাশ কৰিম?” তৃষ্ণাই এইদৰে প্ৰশ্ন কৰি কয়।

উল্লেখযোগ্য যে, এগৰাকী সাধাৰণ মহিলা হিচাপে তথা সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ উপদেষ্টা হিচাপে লকডাউনৰ সময়ত ৰান্ধনীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে সামাজিক মাধ্যম আৰু এটা ব্যক্তিগত ৱেব পৰ্টেলত তেওঁ বক্তব্য প্ৰকাশ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd