• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া চিনেমাক বাংলা চিনেমা বুলি দেখুৱাই আনন্দবাজাৰ পত্ৰিকাৰ বিনোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 12:09 pm
bulbul can sing

বাংলা চলচ্চিত্ৰৰ প্ৰম'চনৰ বাতৰিত আনন্দ বাজাৰ পত্ৰ্ৰিকাত ব্যৱহাৰ কৰা বুলবুল কেন ছিং থবিৰ ফটোখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ এখন আগশাৰীৰ বাংলা বাতৰিকাকত আনন্দবাজাৰ পত্ৰিকাৰ ৭জানুৱাৰি সংখ্যাৰ বিনোদন পৃষ্ঠাত এক আমোদজনক খবৰ প্ৰকাশ পাইছে।

বাতৰিটোত বাংলা চলচ্চিত্ৰক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাৰ বাবে চহৰখনত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ কথা লিখা হৈছে।

Apply Now

আশ্চৰ্যজনকভাৱে, বাতৰিটোৰ সৈতে যিখন ফটো সংলগ্ন কৰা হৈছে, সেইখন হৈছে বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ বুলবুল কেন ছিং ছবিখনৰ।

এইদৰে কলকাতাৰ প্ৰতিষ্ঠিত কাকত এখনে বহুল চৰ্চিত এখন  অসমীয়া ছবিৰ ফটো সংলগ্ন কৰি বাংলা ছবিৰ প্ৰম’চনৰ বাতৰি পৰিৱেশন কৰিলে, সেয়া অতি দুৰ্ভাগ্যজনক।

উল্লেখযোগ্য যে ইয়াৰ আগেয়েও একাংশ বাংলা সংবাদ মাধ্যমে চলচ্চিত্ৰ পৰিচালক ৰীমা দাস আৰু এথলেট হিমা দাসক বঙালী বুলি কৈ পাছত ক্ষমা খুজিব লগীয়া হৈছিল।

আনন্দবাজাৰৰ বাতৰিটোত অসমীয়া ছবিৰ সম্পৰ্কত এটা শব্দও লিখা হোৱা নাই কিম্বা বাংলা আৰু অসমীয়া ছবিৰ সম্পৰ্কৰ কোনো কথাও সন্নিবিষ্ট নাই।

তেনেস্থলত জনপ্ৰিয় তথা বহু চৰ্চিত এখন অসমীয়া ছবিৰ ফটো সংলগ্ন কৰি বাংলা ছবিৰ বন্দনা কৰাটোত কি উদ্দেশ্য থাকিব পাৰে?

বাতৰিটোত উল্লেখ কৰা অনুসৰি ৫ জানুৱাৰিৰ পৰা কলকাতাত আৰম্ভ হোৱা আৰ্ট হাউছ এছিয়া চলচ্চিত্ৰ উৎসৱত বাংলা ছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিতে বক্তব্য ৰাখিছে।

অভিনেতা প্ৰসেনজিতৰ বক্তৱ্যৰ ভিডিঅ’টো বাতৰিটোৰ সৈতে সংলগ্ন কৰা হৈছে। কিন্তু  ভিডিঅ’টোত ক’তো এবাৰো প্ৰসেনজিতে ৰীমা দাসৰ নাম বা বুলবুল কেন ছিঙৰ কথা উল্লেখ কৰা নাই।

স্বাভাৱিকতে, কলকাতা তথা দেশৰ এখন আগশাৰীৰ বাংলা কাকতে কোনো যুক্তি নোহোৱাকৈ অসমীয়া ছবি এখনক বাংলা বুলি দেখুৱাই অসম তথা অসমীয়াক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি বুলি বিদ্বৎ সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd