• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটৰ গৰাহত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন সভ্যতা : ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2023 7:12 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়াৱহ ৰূপ লৈছে অসমীয়া জাতিৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰই। ফেনেফুটুকাৰে বাঢ়ি, মথাউৰি ভাঙি বা বানৰ কবলত উপত্যকাটোৰ জীৱনধাৰণ ব্যাহত কৰি নহয়, এইবাৰ খৰাঙৰ ফলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰলুইতে।

অত্যাধিক প্ৰদূষণ আৰু বনধ্বংসৰ ফলত হোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অস্বাভাৱিক ধৰণে শুকাই আহিছে বুঢ়ালুইত। চিন্তনীয়ভাবে তললৈ নামি গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ফলত শদিয়াৰ পৰা ধুবুৰীলৈকে বালিৰে মৰুভূমি সদৃশ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ।

Apply Now

বতৰ বিজ্ঞান বিভাগৰ মতে ৰাজ্যত বিগত ডেৰ মাহত ৭৫ শতাংশ বৰষুণ হ্ৰাস পাইছে। বিশেষকৈ বাক্সা , হাইলাকান্দি, বৰপেটা, নলবাৰী, মৰিগাঁও আদি জিলাত ৯৭ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।

সচকিত কৰি দিব পৰা তথ্যটো হ’ল যে বেংগালুৰুৰ ইণ্ডিয়ান ইন্সষ্টিটিউড অৱ চায়েন্স, মাণ্ডি আৰু গুৱাহাটী আই আই টিৰ এটি বিশেষজ্ঞৰ দলে কোৱা মতে জলবায়ুৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ সংকটত থকা তথা সংবেদনশীল ৰাজ্যখনেই হৈছে অসম। ইয়াৰ লগতে ৱৰ্ল্ড মেট্ৰ’ল’জিকেল অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰা ‘প্ৰভিজনেল ষ্টেট অৱ দ্য গ্ল’বেল ক্লাইমেক্স ইন – ২০২২’ শীৰ্ষক প্ৰতিবেদন খনতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ভয়াৱহ ভৱিষ্যতৰ কথা উল্লেখ কৰিছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ অস্বাভাৱিকভাবে পানীৰ স্তৰ নিম্নগামী হোৱা ঘটনাই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, পবা বৰ্ষাৰণ্য আৰু অৰুণাচল স্থিত ইংৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে চীনদেশে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা বান্ধ, পাহাৰীয়া অঞ্চলত অবাধে হোৱা বন ধ্বংসৰ যজ্ঞ আদি কাৰকে ব্ৰহ্মপুত্ৰক ক্ৰমে মৃত্যুৰ ফালে ঠেলি দিয়াৰ লগতে মৃত্যু ঘন্টা বজাইছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ।

আনহাতে হিমাচল পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে চলোৱা এক সমীক্ষা মতে হিমালয় পৰ্বতৰ হিমবাহ গলাৰ ফলত অনাগত বাৰিষাত ভয়াৱহ ভাবে বৃদ্ধি পাব ব্ৰহ্মপুত্ৰৰ জলস্তৰ। একেটা অধ্যয়নতে কোৱা হৈছে যে ২০৫০ চনৰ ভিতৰত অসমৰ তাপমাত্ৰা ১.৭১ ৰ পৰা ২.২ ডিগ্ৰী বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। একেদৰে বাৰিষা বৰষুণৰ পৰিমাণ ৩৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে খৰালি বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাবে হ্ৰাস পোৱাৰ কথা উল্লেখ কৰিছে এই অধ্যয়নে। গতিকে এই সময়ত যুদ্ধৰ গতিত জলবায়ু সন্তোলনৰ বাবে কাম আৰম্ভ নকৰিলে অনাগত সময়ত যে অসমীয়া জাতিৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰ নদীৰ গতি বিধি চিৰদিনৰ বাবে অস্বাভাৱিক হৈ পৰাৰ লগতে অসমীয়া সভ্যতাৰ অৱস্থা নাজল নাথল হ’ব সেয়া চিৰন্তন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd