DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীত নিৰ্মাণ কৰাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2022 12:25 pm
AAgrY_SupremeCourtofIndia-750x375-1
100
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানাক বিভিক্ত কৰাৰ পিছে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী চহৰকলৈ নানান ধৰণৰ আলোচনা চলি আহিছে। ইতিমধ্যে অমৰাৱতীত ৰাজ্য খনৰ ৰাজধানী নিৰ্মাণ কৰাৰ পৰিকল্পনাও কৰা হৈছে। কিন্তু আজিলৈকে এমৰাৱতীত ৰাজধানী নিৰ্মাণৰ কামে বিশেষ অগ্ৰগতি লাভ কৰা নাই।

সেয়ে ৰাজধানী নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ে সময় সীমা বান্ধি দিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰি কৈছে যে অন্ধ্ৰ উচ্চ ন্যায়ালয় ‘নগৰ পৰিকল্পনাকাৰী’ হ’ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে কেতবোৰ সংগঠনৰ আবেদন গ্ৰহণ কৰি নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত ন্যায়ালয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব নালাগে বুলি মন্তব্য কৰে।

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় এজন “নগৰ পৰিকল্পনাকাৰী” বা “অভিযন্তা” হ’ব নোৱাৰে আৰু এই ক্ষেত্ৰত নিৰ্দেশনা দিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম যোচেফ আৰু ন্যায়াধীশ নাগাৰাথনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য অন্ধ্ৰপ্ৰদেশ উচ্ত ন্যায়ালয়ে ৰাজ্যখনৰ ৰাজধানী ছয় মাহৰ ভিতৰত অমৰাৱতীত নিৰ্মাণ কৰিব লাগিব বুলি কৈছিল।

উচ্চ ন্যায়ালয়ে কৈছিল যে ৰাজধানী চহৰ আৰু ৰাজধানী অঞ্চলৰ নিৰ্মাণ তথা বিকাশ ছমাহৰ ভিতৰত কৰিব লাগিব। উচ্চ ন্যায়ালয় চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষকো আন্তঃগাঁথনি উন্নয়ন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । অমৰাৱতীত ৰাজধানী চহৰ নিৰ্মাণৰ লগতে ৰাস্তা, জাৱৰ নিষ্কাশন , বিদ্যুৎ আৰু খোৱা পানীৰ যোগান এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কৈছিল। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে তেওঁলোকে বিষয়টো পুংখানুপুংখভাবে পৰীক্ষা কৰিব লাগিব ।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd