DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ ধমক; অন্ধ্ৰ প্ৰদেশতো বাতিল দশম, দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 9:38 am
representation image

প্ৰতিনিধিত্বমূলক ফটো।

243
VIEWS
Share on FacebookShare on Twitter

এই বছৰ অন্ধ্ৰ প্ৰদেশতো দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহয়। উচ্চতম ন্যায়ালয়ে ইয়াৰ সিদ্ধান্ত সমালোচনা কৰাৰ পাছতে ৰাজ্য চৰকাৰে  এই পৰীক্ষা বাতিলৰ সিদ্ধান্ত লয়।

যেতিয়া আন ৰাজ্যসমূহে কোভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লৈছে তেনে সময়ত ৰাজ্যখনত চৰকাৰক পৰীক্ষা পতাৰ বিষয়ত সকীয়াই দিয়ে শীৰ্ষ আদালতখনে।

‘’আনকি এজনৰ মৃত্যু হ’লেও আমি ১ কোটি টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিব পাৰো,’’বুলি ৰাজ্য চৰকাৰক সকীয়াই দি উচ্চতম ন্যায়ালয়ে কৈছিল, ‘’যেতিয়া আন বোৰ্ডসমূহে বাতিল কৰিছে অন্ধ্ৰপ্ৰদেশে কিয় ব্যতিক্রম দেখুৱাব বিচাৰিছে।‘’

আদালতখনে লগতে কৈছিল যে যদি পৰীক্ষা জুলাইত অনুষ্ঠিত হয়, তেতিয়া ফলাফল পলম হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত নামভৰ্তি সুযোগ হেৰুৱাব।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আদিমুলাপু সুৰেশে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছতে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ দৰে ৰাজ্যখনে ৩১জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা সম্ভৱ নহয়।

তেওঁ কয় যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক নম্বৰ প্ৰদানৰ পদ্ধতিৰ বিষয়ত এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হব।

 

Recent News

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd