• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাদিল হ’ল হিন্দু ধৰ্ম গুৰুৰ স্বৰূপ! আশ্ৰমত নাবালিকাক ধাৰাবাহিকভাৱে ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 8:30 pm
373
VIEWS
Share on FacebookShare on Twitter

এজন হিন্দু ধৰ্মীয় গুৰুৰ বিৰুদ্ধে নাবালিকাক ধাৰাবাহিক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে, হিন্দু পুৰোহিত গৰাকীয়ে নাবালিকাগৰাকীক তেওঁৰ আশ্ৰমত কেইবাবাৰো ধৰ্ষণ কৰিছিল।

আশ্ৰমৰ পৰা পলায়ন কৰি নাবালিকা গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাছতহে ঘটনাটো পোহৰলৈ আহিছে। অভিযুক্ত হিন্দু ধৰ্মগুৰু গৰাকী হৈছে স্বামী পূৰ্ণানন্দ। উল্লেখ্য যে ১১ বছৰ পূৰ্বে এইগৰাকী স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছিল। 

জানিব পৰা মতে অভিযোগকাৰী নাবালিকা গৰাকী কেইবাবছৰ ধৰি স্বামী পূৰ্ণানন্দৰ আশ্ৰমৰে বাসিন্দা আছিল। অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ তথ্য অনুসৰি ১৩ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকাগৰাকী। অভিযোগ দাখিল কৰাৰ পিছত মহিলা আৰক্ষীৰ বিশেষ দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

ইয়াৰ পিছত নাবালিকা গৰাকীয়ে স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। আশ্ৰমত থকা সময়ছোৱাত ধৰ্ম গুৰু গৰাকীয়ে কেইবাবাৰো নাবালিকা গৰাকীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰা বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

জানিব পৰা স্বামী পূৰ্ণানন্দৰ আশ্ৰমত মুঠ ১২ গৰাকী কিশোৰ-কিশোৰী থাকে। ইয়াৰে ৪ গৰাকী হৈছে কিশোৰী। ভুক্তভোগী কিশোৰীগকাৰীয়ে ২০১৬ চনৰ পৰা স্বামী পূৰ্ণানন্দৰ আশ্ৰমত আছিল। আৰু তেতিয়াৰ পৰাই কিশোৰীগৰাকীৰ ওপৰত অবিৰতভাৱে যৌন অত্যাচাৰ চলাই আহিছে স্বামী পূৰ্ণানন্দই।

ইফালে, আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অভিযুক্ত ধৰ্ম গুৰু গৰাকীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে কয় যে ২০১২ চনতো এইগৰাকী হিন্দু ধৰ্মগুৰুৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছিল। সেই অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।

প্ৰকাশ পোৱা মতে ধৰ্মগুৰু গৰাকীৰ বিৰুদ্ধে কেৱল ধৰ্ষণেই নহয়, ভূমি কেলেংকাৰীৰ অভিযোগো উত্থাপন হৈ আহিছে। তেওঁ আশ্ৰমৰ ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগ। ইফালে জানিব পৰা মতে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এই ধৰ্মগুৰুজনৰ একাধিক ডিগ্ৰী আছে।

অভিযুক্ত স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ থকাৰ পিছতো কিয় আশ্ৰম চলাবলৈ দিয়া হৈছে? সৰ্বত্ৰেই এতিয়া সেই প্ৰশ্নৰ উত্থাপন হৈছে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd